DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰম্পৰাগত বৰ্ণিমাৰে হোজাইত ৰঙালী বিহু উদযাপন

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 15, 2018 8:12 am
IMG-20180414-WA0035-570x320
114
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ কিণ্ডাৰ গাৰ্ডেন বিদ্যালয়ৰ শিশুসকলে শনিবাৰে পৰম্পৰাগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন কৰে।

পৰম্পৰাগত বৰ্ণিল সাজ পাৰেৰে সজ্জিত হৈ শিশুসকলে ঢোল আৰু পেঁপাৰ সুৰত বিহুনাম গোৱাৰ লগতে বিহুনৃত্যও কৰে। তিনিঘন্টা জুৰি চলা সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকলেও শিশুসকলৰ সৈতে অনুষ্ঠানটো উপভোগ কৰে।

IMG-20180414-WA0036-768x494

অনুষ্ঠানটেত উপস্থিত থকা হোজাই কিণ্ডাৰ গাৰ্ডেন বিদ্যালয়খনৰ অধ্যক্ষ ভাৰতী গুপ্তাই কয়, ‘’ আমাৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু তাৰ গুৰুত্বৰ বিষয়ে শিশুকালৰে পৰা আমাৰ বিদ্যালয়ৰ শিশুসকলক সজাগ কৰি তুলিবলৈ আমি বিদ্যালয়ত প্ৰতিটো উৎসৱেই পালন কৰো।‘’

‘’ৰহালী বিহু হৈছে বসন্ত উৎসৱ। আমি সকলোৱে অতি উলাহেৰে এই উৎসৱ পালন কৰো। বিহু অসমীয়াৰ লোকৰ বাবে নতুন বছৰৰ আৰম্ভণি আৰু  অনাগত দিনবোৰ আনন্দেৰে উপচি পৰক মই তাৰেই কামনা কৰিছো,’’-অধ্যক্ষ গুপ্তাই লগতে কয়।

সাংস্কৃতিক কাৰ্যসূচীৰ পিছত শিশুসকলক তিল পিঠা, নাৰিকলৰ পিঠা আৰু অন্যান্য সুস্বাদু মিঠাই তথা খাদ্যবস্তু আগবঢ়োৱা হয়।

Recent News

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd