DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিচালকৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত আটছাই ঘেৰাও কৰিলে বৰবাম চাহ বাগিচাৰ মুখ্য কাৰ্যালয়

ৰাজিৱ দত্ত by ৰাজিৱ দত্ত
February 13, 2018 10:25 pm
AATTSA protest in front of Borbam TE H.O
93
VIEWS
Share on FacebookShare on Twitter

বৰবাম চাহ বাগিচাৰ পৰিচালকে কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বৰবাম আঞ্চলিক গোটে শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম স্থিত বাগিচাখনৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।

প্ৰাপ্ত তথ্য মতে চাহ বাগিচা কৰ্তৃপক্ষই বিদ্যুৎৰ মাচুল আদায় নকৰাৰ ফলত এপিডিচিএলৰ অন্তৰ্গত আমগুৰি বিদ্যুৎ খণ্ডই বাগিচাখনৰ লগতে শ্ৰমিক সকলৰ ঘৰৰ বিদ্যুৎ সংযোগ বন্ধ কৰি দিছে। ফলত বাগিচাখনত থকা আগন্তুক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থী সকলক যথেষ্ট অসুবিধাৰ সন্মোখীন হৈছে।

বাগিচাখনৰ পৰিচালক গৰাকীক লগ ধৰি এই কথা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতে বিদ্যুৎৰ সংযোগ পুনৰ স্থাপন কৰি দিয়ে তাৰ বাবে আহ্বান জনাবলৈ যোৱা আটছাৰ দলটোক পৰিচালক গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে।

পৰিচালক গৰাকীৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰা সংগঠনটোৰ কৰ্মীসকলে স্থানীয় লোকৰ সহযোগত সোমবাৰে বাগিচাখনৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।

অৱশ্যে আবেলি আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌচমি চেতিয়াৰ উপস্থিতিত আমগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত আটছাৰ কৰ্মী আৰু বাগিচাখনৰ পৰিচালকৰ মাজত মিলামিচা কৰা হয়।

আলোচনাত পৰিচালক গৰাকীয়ে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত শ্ৰমিক সকলৰ ঘৰলৈ বিদ্যুৎ সংযোগ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতে আটছাই তেওঁলোকৰ প্ৰতিবাদ উঠাই লয়।

 

Recent News

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd