• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাৰ বাবেই বকোত প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
বকো , May 31, 2018 6:53 pm

1 min read

পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাৰ বাবেই বকোত প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা
102
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোত ৰাজ্যখনৰ সকলো দিশতে অনন্দত আত্মহাৰা হৈ থকাৰ সময়তে বকোৰ নগৰবেৰাৰ টুপামাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

উল্লেখযোগ্য যে আজি কামৰূপ জিলাৰ বকোৰ নগৰবেৰাৰ টুপমাৰীত এহাল প্ৰেমিক-প্ৰেমিকাই এজোপা গছৰ ডালত চিপ লৈ আত্মহত্যা কৰে।

প্ৰাপ্ত তথ্য মতে নগৰবেৰাৰ নতুন বদলা গাঁৱৰ ইনামুল হক (১৬) আৰু ৩ নং টুপামাৰী গাঁৱৰ ১৪ বছৰীয়া এগৰাকী কিশোৰীৰ মাজত থকা প্ৰেমত বাধা প্ৰদান কৰিছিল পৰিয়ালৰ লোক।

ফলত পৰিয়ালৰ বাধা সহিব নোৱাৰি প্ৰেমিক-প্ৰেমিকা হালে ৩ নং টুপামাৰীৰ মালিপাৰা পথাৰৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে।

আনহাতে পুৱাই একাংশ স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়া শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল। লগতে এই ঘটনাৰ ফলত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত জানিব পাৰি টুপামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd