DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

‘পৰিবেশ সুৰক্ষা সপ্তাহ’ উদ্‌যাপন ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 1:20 pm
ITBP-clean-570x320

ছিকিম এক্সপ্ৰেছৰ সৌজন্যত

139
VIEWS
Share on FacebookShare on Twitter

উত্তৰ ছিকিমৰ চুংথাঙৰ সমীপস্থ পেগঙত বাহৰ পাতি থকা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আই টি বি পি)ৰ একাদশ বেটেলিয়নে এপ্ৰিলৰ ২৭ৰ পৰা মে’ৰ ৪ তাৰিখলৈকে স্বচ্চ ভাৰত মিশ্যনৰ এটা অংশ হিচাপে ‘পৰিৱেশ সুৰক্ষা সপ্তাহ’ পালন কৰিছে।

গেংটকত প্ৰকাশ কৰা এটা সংবাদ টোকাত আই টি বি পিয়ে প্ৰকাশ কৰিছে যে বেটেলিয়নৰ কামাণ্ডেণ্ট ৰাজেশ কুমাৰ তোমৰৰ নেতৃত্বত পৰিৱেশ সুৰক্ষা সপ্তাহ পালন কৰা হয়।

এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল এই গোটটোৰ সৈতে ১৭,০০০ ফুট উচ্চতাত থকা নিৰীক্ষণ চকীসমূহ পৰিষ্কাৰকৈ ৰখা।

পৰিষ্কৰণ অভিযানৰ সময়ত বৰ্জ্য পদাৰ্থসমূহ সেইবোৰৰ শ্ৰেণী অনুসৰি স্থানান্তৰিত কৰা হৈছিল আৰু পুনৰ ব্যৱহাৰ্য সামগ্ৰীসমূহ ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মেৰামতি কৰি লোৱা হৈছিল।

বিবৃত্তিটোত কোৱা হৈছে যে বৰ্জ্য পদাৰ্থসমূহ জৈৱ-পচনযোগ্য আৰু জৈৱ-পচনযোগ্য নোহোৱা হিচাপে চিহ্নিত আছুতীয়া স্থানত পেলোৱা হৈছিল। জৈৱ-পচনযোগ্য বৰ্জ্যসমূহ সাৰলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল।

বিবৃতিটোত আৰু কোৱা হৈছে যে বেটেলিয়নৰ কামাণ্ডাৰ গৰাকীয়ে নিয়মিতভাৱে এনেধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰে আৰু বেৰেক, মেছ, কাৰ্যালয়, বিপণী আদি গোটৰ সদস্যসকলে নিয়মিত পৰিষ্কাৰ কৰে।

বিবৃতিটোত আৰু কোৱা হৈছে যে আই টি বি পিৰ দ্বাৰা গ্ৰহণ কৰা উদ্যোগত অসামৰিক প্ৰশাসন আৰু স্থানীয় বাসিন্দাসকল আনন্দিত, কাৰণ ইয়ে পেগং আৰু চুংথাঙৰ গাঁওসমহৰ সৌন্দৰ্য বৃদ্ধি কৰিব।

Recent News

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd