DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱাৰ তীব্ৰ বিৰোধিতা নাগৰিকত্ব সংশোধনী বিধেয়কৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 7:42 am
Paresh-Baruah-300x213

আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

162
VIEWS
Share on FacebookShare on Twitter

হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কত যুটীয়া সংসদীয় কমিটীয়ে অসমলৈ আহি শুনানি লৈ থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ অগ্ৰহণযোগ্যতাক লৈ আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্তব্য কৰাটো তাৎপৰ্য্যপূৰ্ণ। বিদ্ৰোহী সংগঠনটোৰ আপোচ নকৰাকৈ এতিয়াও সংগ্ৰাম অব্যাহত ৰখা গোটটোৰ সেনাধ্যক্ষজনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কয় যে এই বিধেয়ক অসমৰ বাবে আৰু অসমীয়া মানুহৰ বাবে জাতিধ্বংসী অস্ত্ৰ হিচাপে প্ৰমাণিত হ’ব।

আনহাতে বিধেয়কখনক সমৰ্থন কৰিবলৈ গৈ কংগ্ৰেছৰ নেতা অৰ্ধেন্দু কুমাৰ দে’ই দিয়া প্ৰৰোচনামূলক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ডাঃ অৰ্ধেন্দু কুমাৰ দে’ক তেওঁৰ প্ৰৰোচনামূলক বক্তব্যৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ আহ্বান জনাইছে। লগতে নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈও সোণোৱাল চৰকাৰক আহ্বান জনাইছে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে।

উল্লেখযোগ্য যে ৮ মে’ত নগাৱঁত কংগ্ৰেছ নেতা অৰ্ধেন্দু কুমাৰ দে’ই অসমীয়া-বাঙালীৰ সংঘাতক প্ৰৰোচিত কৰিব পৰা মন্তব্য কৰি সমগ্ৰ ৰাজ্যবাসীৰে ক্ষোভৰ কাৰণ হৈ পৰিছে।

আনহাতে আলফা (স্বাঃ) পূৰ্বেও এই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰোধিতা কৰি আহিছে। দিল্লীত হোৱা শুনানিত অসম সত্ৰ মহাসভাই বিধেয়কখন সমৰ্থন কৰি অহা বুলি জানিব পাৰি, পৰেশ বৰুৱাই সত্ৰক সকীয়াই দিছিল।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd