• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটনৰ গুৰুত্ব বঢ়াবলৈ দীপৰ বিলক ‘স্মাৰ্ট চিটী’ত অন্তৰ্ভুক্ত কৰা হৈছে : মুখ্য মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2018 8:06 pm

2 min read

পৰ্যটনৰ গুৰুত্ব বঢ়াবলৈ দীপৰ বিলক ‘স্মাৰ্ট চিটী’ত অন্তৰ্ভুক্ত কৰা হৈছে : মুখ্য মন্ত্ৰী
225
VIEWS
Share on FacebookShare on Twitter

‘দীপৰ বিল আমাৰ জাতীয় সম্পদ। এই বিলৰ ঐতিহ্য আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিব লাগিব। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যতা অক্ষুণ্ণ ৰখা আৰু ইয়াক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ‘স্মাৰ্ট চিটী’ প্ৰকল্পত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সুকীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব যাতে এই বিলৰ সংৰক্ষণৰ লগতে দেশা-বিদেশী পৰ্যটক সকলৰ বাবে ই এক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে পৰিণত হয়।’ আজি দীপৰ বিল মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘গুৱাহাটীৰ ঐতিহ্যৰ সৈতে দীপৰ বিলৰ এক নিবিড় সম্পৰ্ক আছে। সেইবাবে দীপৰ বিলৰ নিৰ্মল বাতাবৰণ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এই বিলৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ এক মহান কৰ্তব্য আছে।’

প্ৰকৃতিৰ সৌন্দৰ্যই মানৱীয় চেতনা জাগ্ৰত কৰি মানুহক মহান কাম কৰি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগায়। সেয়েহে আমাৰ মহান মনীষী সকলেও প্ৰাকৃতিক সংৰক্ষণৰ হকে জনসাধাৰণক আহ্বান জনাইছিল বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বক্তব্য প্ৰদান কৰে।

আনহাতে হাইড্ৰ কাৰ্বনৰ অধ্যক্ষ পোনাকণ বৰুৱা, মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্মৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি আজিৰ সামৰণি অনুষ্ঠানটোত উপস্থিত আছিল।

Recent News

doraemon-nobita-shizuka

লাই হালে জালে ফুল চন্দন তুলসী… সম্পন্ন হ’ল Doraemon ৰ নবিটা-ছিজুকাৰ বিয়া!

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

Himanta-Pratibandhi

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ হাজাৰ হাজাৰ প্ৰতিবন্ধীৰ; কিন্তু কিয়?

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd