DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফ্ল’ৰিডাত অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত প্ৰশিক্ষক হিচাপে অসমৰ ড৹ বিভৱ তালুকদাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 19, 2018 6:07 pm
Bibhab Talukdar
147
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ফ্ল’ৰিডাত আজিৰে পৰা অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণত জড়িত বিশ্বৰ বিভিন্ন আগশাৰী প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিৰ উচ্চ প্ৰশিক্ষণ কৰ্মশালাত এজন মুখ্য সমল ব্যক্তি হিচাপে অংশ গ্ৰহন কৰিছে অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান তথা এচিয়ান গঁড়ৰ বিশেষজ্ঞ সমিতিৰ সভাপতি ড০ বিভৱ কুমাৰ তালুকদাৰে।

এশিঙীয়া গঁড় সংৰক্ষণৰ এই বিশেষ প্ৰশিক্ষণ কৰ্মশালাত বিশ্বৰ প্ৰায় ৫০ টা আগশাৰীৰ প্ৰকৃতি সংগঠনৰ প্ৰায় শতাধিক সংৰক্ষণ কৰ্মীয়ে অংশ গ্ৰহন কৰিছে। ফ্লৰিডাৰ হোৱাইট ওক কনজাৰভেচন চেন্টাৰত আজিৰে পৰা অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণৰ এই বিশেষ কৰ্মশালাত এশিঙীয়া গঁড়ৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হোৱাৰ উপৰিও ইয়াৰ সমাধান আৰু কৰণীয় কাৰ্যপন্থা প্ৰস্তুত কৰা হ’ব।

বিশ্বৰ আগশাৰীৰ সংৰক্ষণ কৰ্মশালাৰ অন্যতম Emerging wildlife Consevation Leaders advaced training হিচাবে স্বীকৃত এই কৰ্মশালাই ইতিমধ্যেই বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় দুই শতাধিক সংৰক্ষণ বিশেষজ্ঞক সাজু কৰি তুলিছে ৷

আজিৰ পৰা অহা ২১ জুনলৈকে হ’ব লগা এই উচ্চ প্ৰশিক্ষণত বিশ্ব প্ৰকৃতি নিধি, এচিয়ান গঁড় বিশেষজ্ঞ গোট, ফিলাডেলফিয়া চিৰিয়াখানা, দ্যা ৰয়েল ফাউণ্ডেচন, ইউ এচ ফিচ এণ্ড ৱাইল্ড লাইফ চাৰ্ভিচ, হোৱাই ওক কনজাৰ্ভেচনৰ দৰে বিশ্বৰ আগশাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ সন্থা সমূহৰ বিশেষজ্ঞই অংশ গ্ৰহন কৰিছে ৷

বিশ্বৰ আগশাৰীৰ এই বিশেষ কৰ্মশালালৈ মুখ্য প্ৰশিক্ষক হিচাবে আমন্ত্ৰিত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ কৰ্মশালাখনত ভাৰতীয় গঁড়ৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে আলোচনা আগবঢ়াব।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd