• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ফৰ্মেলিন ব্যৱহাৰ কৰা মাছৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ সাজু মেঘালয় চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 9:52 pm
top-left
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনস্বাস্থৰ বাবে অপকাৰী সংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰা আমদানিকৃত সামগ্ৰী, বিশেষকৈ মাছৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ সাজু হৈছে মেঘালয় চৰকাৰ।

আজি মেঘালয় স্বাস্থ্য বিভাগৰ এটা চৰকাৰী সূত্ৰত প্ৰকাশ যে কেই দিনমান আগেয়ে অসমৰ পৰীক্ষাগাৰলৈ মাছৰ দ্বিতীয়টো নমুনা প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও তাৰ প্ৰতিৱেদন আহি পোৱা নাই।

Apply Now

বিষয়াগৰাকীয়ে কয়, ‘‘আমি আজি ৰাতি নহ’লে কাইলৈ ইয়াৰ প্ৰতিৱেদন লাভ কৰিম।’’

উল্লেখ্য যে ৰাজ্যখনৰ বাহিৰৰ পৰা মেঘালয়লৈ আমদানি কৰা মাছত বিষাক্ত ফৰ্মেলিন প্ৰয়োগ কৰি সংৰক্ষণ কৰা হৈছে নে নাই সেই কথা নিশ্চিত হোৱাৰ বাবে ৰাজ্যখনৰ খাদ্য সুৰক্ষা আয়োগৰ কাৰ্যালয়ে মাছৰ নমুনাখিনি সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে গেলি যোৱা মাছ ভজাৰ এটা ভিডিঅ’ এটাও ইতিমধ্যে ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে যোগানকাৰীসকলে বাহিৰৰ পৰা অনা মাছৰ প্ৰথমটো চামৰ নমুনা অসমৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও ইয়াৰ প্ৰতিৱেদনত ফৰ্মেলিন ব্যৱহাৰৰ প্ৰমাণ পোৱা নাই।

বিষয়াগৰাকীয়ে আৰু কৈছে যে যদিহে আমদানি কৰা মাছত ফৰ্মেলিন ধৰা পৰে কাৰো দ্বিতীয় মতলৈ অপেক্ষা নকৰাকৈ বাহিৰৰ পৰা আমদানি কৰা মাছৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা হ’ব।

উল্লেখ্য যে অধিক সময়ৰ বাবে খাদ্য সামগ্ৰীৰ সোৱাদ অবিকল ৰাখিবলৈ সংৰক্ষক ব্যৱহাৰ কৰা হয়।

মাংস, মাছ, শাক-পাছলি, ফল, আদি বহু হাজাৰ মাইল দূৰলৈ পঠোৱা আৰু কেইবা দিন বা সপ্তাহলৈকে ভালে ৰাখিবলৈ সংৰক্ষক ব্যৱহাৰ কৰা হয়।

সূত্ৰটোৱে অৱশ্যে কৈছে যে সকলো সংৰক্ষক অপকাৰী নহয় আৰু জনস্বাস্থ্যত খাদ্য সংৰক্ষকৰ কুপ্ৰভাৱ যাতে নপৰে তাত চৰকাৰে চকু ৰাখিব।

উল্লেখ্য যে বিগত সপ্তাহত কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাছত ১০ দিনৰ বাবে অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা অহা মাছৰ আমদানি আৰু বিক্ৰিৰ ওপৰত অসম চৰকাৰে প্ৰতিবন্ধতা আৰোপ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd