• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীধলা চাহ বাগিচাৰ মালিক ভাতৃদ্বয়ৰ জামিনৰ বিৰোধিতাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত শ্ৰমিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 8:18 am
protestor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বগীধলা চাহ বাগিচাৰ মালিক ভাতৃদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে বাগিচাখনৰ মজদুৰসকল পুনৰ ক্ষুব্ধ হৈ পৰে।

বুধবাৰে দিনত চাহ বাগিচাখনৰ কলঘৰৰ সন্মুখত প্ৰায় শতাধিক লোকে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা জামিনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

শ্ৰমিকসকলে কলঘৰৰ সন্মুখত বহি লৈ সুধীৰ ৰয়, সমীৰ ৰয় মুৰ্দাবাদ, আমাক ন্যায় প্ৰদান কৰক, অসম চৰকাৰৰ হায় হায়, বাগিচাৰ দায়িত্ব আনক প্ৰদান কৰক আদি বিভিন্ন শ্লোগান আওৰাই উত্তেজনাময় পৰিৱেশৰ উদ্ভৱ কৰে।

ইফালে বাগিচাখনৰ একাংশ চাহ মজদুৰে অভিযোগ উত্থাপন কৰি কয় যে শ্ৰমিকসকলে শ্ৰমদানৰ বিনিময়ত নিজৰ পাবলগীয়া প্ৰাপ্য বিচাৰি যাওঁতে মালিকপক্ষই প্ৰাপ্যৰ বিনিময়ত দিলে গুলী। ইমানবোৰ ঘটি যোৱাৰ পিছতো চৰকাৰে শ্ৰমিকসকলৰ প্ৰতি অলপো গুৰুত্ব প্ৰদান নকৰিলে।

লক্ষ্যণীয় যে শ্ৰমিকসকলৰ সমস্যা সমূহ সমস্যা হৈয়ে থাকিল। কিয়নো অসম শক্তি বিচতৰণ কোম্পানীয়েও চাহ বাগিচাখনৰ শ্ৰমিকৰ বাসগৃহসমূহত থকা বিজুলীৰ সংযোগো কৰ্তন কৰিছে। এই সমূহ কাৰণতে শ্ৰমিকসকল ক্ষুব্ধ হৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

বাগিচাৰ মালিকপক্ষই বৰ্বৰ আক্ৰমণ কৰাৰ পিছতো জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে মালিক ভাতৃদ্বয় উচিত শাস্তিৰ পৰা বঞ্চিত হোৱা বুলি আন একাংশ ক্ষুব্ধ শ্ৰমিকে মন্তব্য কৰে।

আনহাতে গোলাঘাট আটছাৰ শাখা সমিতিৰ নেতা নুৰুল আলীয়ে অতিশীঘ্ৰে চাহ বাগিচাখনৰ মালিকীস্বত্ব ৰয় ভাতৃদ্বয়ৰ পৰা আনক অৰ্পণ কৰা আৰু বাগিচাখনত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিবৰ বাবে দাবী জনায়।

এইসমূহ দাবী মানি নচলিলে আটছাই পুনৰ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে যোৱা বছৰৰে ১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ বগীঢলা চাহ বাগিচাখনৰ মালিক পক্ষই শ্ৰমিকৰ ওপৰত বৰ্বৰ আক্ৰমণ চালাইছিল।

বাগিচাখনৰ কিছু সংখ্যক শ্ৰমিকে নিজৰ প্ৰাপ্য মজুৰি বিচাৰি মালিক সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ লগত আলোচনাত মিলিত হৈ থকা সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

পৰিস্থিতিৰ খবৰ পায় ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষী বিষয়াৰ উপস্থিতিতে মালিকদ্বয়ে শ্ৰমিকসকলৰ ওপৰত গুলী চালনা কৰে যাৰ ফলত ১৪ জন লোক গুৰুতৰভাবে আঘাত প্ৰাপ্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd