DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙালমৰাত নাগৰিকত্ব বিধেয়ক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ দুৰ্নীতিবিৰোধী যুৱশক্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2018 10:55 pm
72
VIEWS
Share on FacebookShare on Twitter

বিহপুৰীয়াৰ বঙালমৰাত দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ বঙালমৰা আঞ্চলিক সমিতিয়ে বিহপুৰীয়া মহকুমা সমিতি, লখিমপুৰ জিলা সমিতিৰ সহযোগত নাগৰিকত্ব সংশোধনী  বিধেয়ক ২০১৬ বাতিল আৰু পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৭ জুনত এক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসূচীৰ অংশৰূপে বঙালমৰা তিনিআলিৰ পৰা আৰম্ভ কৰি মছজিদ তিনিআলিলৈ বহৎ সমদল বাহিৰ কৰে বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা কাৰ্যসূচীটোত দুৰ্নীতিবিৰোধী যুৱশক্তিৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্যৰ বিজেপি উভয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কোনো কাৰণতে এজনো বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহয় বুলি কয়।

আনহাতে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত পে’ট্ৰল-ডিজেলত শীঘ্ৰে জিএছটি লগাবলৈ দাবী জনাই সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দেৱানন্দ ফুকন, কেন্দ্ৰীয় সদস্য কাকু শৰ্মা, আমছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি, দুৰ্নীতি বিৰোধী যুৱশক্তি লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিত দত্ত, ধেমাজি জিলা সমিতিৰ সম্পাদক অমৃত গগৈ, বিহপুৰীয়া মহকুমা সমিতিৰ সভাপতি-সম্পাদক আৰু বহু বিষয়ববীয়া উপস্থিত থাকে।

Recent News

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd