• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাজপথত বাছ সেৱাৰ বিৰুদ্ধে প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
বজালী , February 22, 2018 8:41 pm

1 min read

বজালী
66
VIEWS
Share on FacebookShare on Twitter

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ সেৱাৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰাপ্ত তথ্য মতে বাছ সেৱাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হোৱা আৰু বাছ কনডাক্তৰৰ দ্বাৰা ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত উক্ত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাকেশ চৌধুৰীয়ে কয় যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বাছ সেৱাৰ পৰা বঞ্চিত হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোক মহাবিদ্যালয়ত সময়মতে উপস্থিত হ’ব নোৱাৰে।

তাৰোপৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে বাছৰ চালক আৰু কনডাক্তৰে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা অধিক হাৰত গাড়ীৰ ভাড়া বিচৰে ফলত যিটো দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে বহন কৰিবলৈ অসমৰ্থ।

আনহাতে ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত পাঁচখন বাছক চিনাক্ত কৰি বাছৰ চালক কনডাক্তৰক পাঠশালা আৰক্ষী চকীত চমজাই দিয়ে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd