• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱাৰ এন আৰ চি কেন্দ্ৰত লেপটপ চুৰি; আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত কাম বন্ধ কৰিলে কৰ্মচাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 6:42 pm
nrc centre batadrawa
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডস্থিত এন আৰ চি ( NRC ) কেন্দ্ৰত আজি ১৮ মে’ত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰটোত ব্যৱহৃত এটা লেপ টপ চুৰি হোৱা ঘটনাক কেন্দ্ৰ কৰি উদ্ভৱ হয় এই অনাহুত পৰিস্থিতি।

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা দলংঘাট উন্নয়ন খণ্ডস্থিত পাঘালী এন আৰ চি সেৱাকেন্দ্ৰলৈ কৰ্ম সম্পাদনৰ বাবে আহি নিয়োজিত কৰ্মীয়ে কাৰ্যালয়ৰ কামত ব্যৱহৃত এটা লেপটপ বিচাৰি নোপোৱাত হৈ চৈ লাগে। লগে লগে উক্ত লেপটপটো চুৰি হোৱা বুলি সন্দেহ কৰি সংশ্লিষ্ট বৰিবজাৰ আৰক্ষীক লিখিত এজাহাৰ দাখিল কৰে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই।

Apply Now

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কাৰ্য আৰম্ভ কৰে যদিও এজাহাৰ দিবলৈ যোৱা এন আৰ চি কৰ্মীকেইজনক থানাত অশ্ৰাব্য গালি-গালাজ আৰু দুৰ্ব্যৱহাৰ কৰি নিশা ২ বজাপৰ্যন্ত হাৰাশাস্তি চলাই বুলি অভিযোগ উত্থাপন কৰিছে কৰ্মীসকলে।

ইপিনে, আজি শুকুৰবাৰে পুৱা কেন্দ্ৰটোলৈ আহি চুৰি হোৱা লেপটপটো ৰহস্যজনকভাৱে আগৰ স্থানতে প্ৰত্যক্ষ কৰাত ক্ষোভিত হৈ পৰে কৰ্মীসকল। ক্ষুব্ধ কৰ্মীসকলে আৰক্ষীয়ে তেওঁলোকক চোৰ জ্ঞান কৰি কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত পুৱাৰে পৰা এন আৰ চি কেন্দ্ৰটোত নিজ নিজ কৰ্ম সম্পাদনৰ পৰা বিৰত থাকে। এনেদৰে কেন্দ্ৰটোত এন আৰ চি কাম-কাজ বন্ধ হৈ পৰাত কেন্দ্ৰটোলৈ বংশবৃক্ষ পুনৰীক্ষণৰ বাবে দূৰ-দূৰণিৰ পৰা অহা শ শ লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

এন আৰ চি কেন্দ্ৰটোত নিশা পহৰাৰ দায়িত্বত দুজনকৈ আৰক্ষী জোৱান আৰু উন্নয়ন খণ্ডটোৰ চকীদাৰজন থকাৰ পাছতো কিদৰে এই চুৰিকাণ্ড সংঘটিত হ’বলৈ পালে বুলি প্ৰশ্ন তুলি চোৰক অতিশীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীৰে কেন্দ্ৰটোৰ চৌহদ উত্তাল কৰি তোলে কৰ্মীসকলে।পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত পিছত বৰিবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লেপটপটো জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd