DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এগৰাকী মহিলাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 25, 2017 2:59 pm
elephent pic
121
VIEWS
Share on FacebookShare on Twitter

হাতী-মানুহৰ সংঘাতত এগৰাকী মহিলাই মৃত্যুক আকোৱালী লোৱা খবৰে পুনৰ বাক্সা জিলাত শোকৰ ছাঁ পৰিছে। আজি পুৱতি নিশা জিলাখনৰ লাবদাংগুৰিত এটা বনৰীয়া হাতীয়ে অচম্বিতে মহিলা এগৰাকীক আক্ৰমণ কৰাত মহিলাগৰাকীৰ মৃত্যু ঘটে। মৃত মহিলাগৰাকী সুখদা ডেকা(৭৫) বুলি জানিব পৰা গৈছে। স্থানীয় লোকে জনোৱা অনুসৰি হাতীটো মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত লাবদাংগুৰি অঞ্চলত প্ৰৱেশ কৰিছিল। প্ৰাপ্ত খবৰ অনুসৰি মৃত মহিলাগৰাকীয়ে লাবদাংগুৰিস্থিত জোৱায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল। এই দু:খবৰ বিয়পি পৰাৰ লগে লগে মৃতকৰ ঘৰত যথেষ্ট সংখ্যক লোকে আহি ভিৰ কৰা দেখা যায়।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত জাক-জাক বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা লোকালয়লৈ নামি আহি বিভিন্ন খাদ্য শস্যৰ খেতি পথাৰ সমূহ তহিলং কৰাৰ  ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলতে মানুহ আৰু বনৰীয়া হাতীয়ে অস্বাভাবিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। তথ্য অনুসৰি চলিত বছৰতে হাতীৰ আক্ৰমণত এই পৰ্যন্ত ৮৭ গৰাকী, ২০১৫ চনত ১১৮ গৰাকী আৰু ২০১৬ চনত ১১০ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd