• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদৰ পিছত তামিল চলচ্চিত্ৰ উদ্যোগ কলীউদতো অসমৰ হিমাৰ জয়গান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 12:14 pm
Hima-Das_facebook-570x320

হিমা দাস। ফটোৰ উৎস : ফেচবুক।

120
VIEWS
Share on FacebookShare on Twitter

দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য অসমৰ হিমা দাসে কেৱল বলীউদৰ তাৰকাসকলৰ অভিনন্দন লাভ কৰাই নহয়, তামিল চলচ্চিত্ৰ উদ্যোগ-কলীউদৰ তাৰকাসকলেও ট্ৰেকৰ স্বৰ্ণৰাণীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।

অসমৰ নগাঁও জিলাৰ এখন ভিতৰুৱা গাঁৱৰ বিস্ময় কন্যা হিমাই অলপতে ফিনলেণ্ডৰ টামপেৰেত অনুষ্ঠিত বিশ অনুৰ্দ্ধৰ বিশ্ব জুনিয়ৰ এথলেটিকছৰ ৪০০ মিটাৰত স্বৰ্ণ জয়েৰে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদেশৰ ট্ৰেকত স্বৰ্ণ জয় কৰা তেওঁৱেই হৈছে একমাত্ৰ ভাৰতীয়।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি টামপেৰেৰ ট্ৰেকত ইতিহাস সৃষ্টি কৰাৰ পিছৰে পৰা অবিৰত শুভাশিস লাভ কৰি অহা হিমাক মাইক্ৰ’ ব্লগিং ছাইটত কলীউদৰ বহুতেই আশিস বৰ্ষণ কৰিছে।

shraddha-pic
হিমাৰ প্ৰশংসাত পঞ্চমুখ বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ। ফটো: প্ৰিয়াডিভাৰকাৰ ডটকমৰ সৌজন্যত।

অভিনেত্রী সুৰিয়াই তেওঁৰ প’ষ্টত লিখিছে, ‘’তুমি কি এক যুঁজাৰু, কি এক অনুপ্ৰেৰণা… !! ইতিহাস সৃষ্টিৰ বাবে অভিনন্দন !! গৌৰৱান্বিত !! ভগৱানে আশীৰ্বাদ কৰক !!’’

মালবিকা অভিনাশ- চকু মেলি চোৱা ! যিসকলে যুৱ কালত জটিলতাৰ অভিযোগ কৰে, সা-সুবিধাৰ অভাৱৰ কথা কয়, তেওঁলোকৰ জীৱন যাত্ৰাৰ কথা… আমাৰ ৰাষ্ট্ৰৰ নতুন তাৰকাগৰাকীলৈ চোৱা যাৰ জীৱন দৰ্শনে দেখুৱাইছে তেওঁ কিয় স্বৰ্ণ জয় কৰিব পাৰিছে ! # স্বৰ্ণ কন্যা # হিমা দাস।‘’

অভিনেতা মোহনলালে লিখিছে- বিশ্ব চেম্পিয়নশ্বিপৰ ট্ৰেক ইভেন্টত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে হিমা দাসলৈ অভিনন্দন। তুমি আমাক সকলোকে গৌৰৱান্বিত কৰিছা।

আনহাতে, আৰ্যই লিখিছে- আহিবলগীয়া বহু ভৱিষ্যতৰ এয়া আৰম্ভণি। হিমা দাস আমি সকলোৱে তোমাক লৈ গৌৰৱান্বিত। অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড ইভেন্টলৈ ভাৰতৰ বাবে লক্ষ্য ৰাখা। হিমা দাস তুমি প্ৰকৃততে আমাৰ বিশ্বাস প্ৰতিষ্ঠা কৰিছা। গৌৰৱৰ মুহূৰ্ত।

কলীউদৰ সংগীত জগতৰ তাৰকাৰ পৰাও হিমাৰ বাবে এনেকুৱা অলেখ বাৰ্তা আছে। সোনকালেই নিৰ্মাণ হ’বলগীয়া ছাইনা নেহৱালৰ জীৱনভিত্তিক চলচ্চিত্ৰত মূখ্য ভূমিকাত অভিনয় কৰইবলৈ সাজু হোৱা বলীউদ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও তেওঁৰ ছচিয়েল মিডিয়াৰ পেজত হিমাক অভিনন্দন জনাইছে। শ্ৰদ্ধাই লিখিছে, ‘’ তোমাৰ প্ৰকৃততে প্ৰাপ্য স্বৰ্ণ পদকৰ বাবে অভিনন্দন ! হিমা দাস, তোমাৰ সফলতাৰ কাহিনীয়ে বহুতো যুৱতী-মহিলাক সীমাৰ বাহিৰলৈ ওলাই অহাৰ বাবে প্ৰেৰণা যোগাব। আজি মই তেওঁলোকৰ মাজৰ এজন !

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd