• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বশিষ্ঠ পানী যোগান আঁচনিত বিত্তীয় কেলেংকাৰী : তথ্য ৰাজহুৱা কৰাৰ দাবী বশিষ্ঠ পানী যোগান আঁচনি সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 17, 2018 2:08 pm
বশিষ্ঠ পানী যোগান আঁচিনৰ সংবাদ মেল
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বশিষ্ঠ মন্দিৰত পানী যোগান আঁচনিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি কেইদিনমান পূৰ্বে প্ৰকাশ পোৱা বাতৰিটো সম্পূৰ্ণ ভূৱা বুলি দাবী কৰিছে বশিষ্ঠ মন্দিৰ পানী যোগান আঁচনি সমিতিয়ে।

উল্লেখযোগ্য যে যোৱা ১০ জুন তাৰিখে উক্ত সমিতিৰেই উপসভাপতি মৃণাল মেধিয়ে বশিষ্ঠ অঞ্চলৰ ৰাইজক গোটাই বশিষ্ঠ মন্দিৰৰ সমীপত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে  দুটা সংবাদ মাধ্যমত মৌখিকভৱে উক্ত সমিতিখনৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী আনিছিল।

Apply Now

সেই অভিযোগ সম্পূৰ্ণ মিছা তথা ভিত্তিহীন বুলি আজি দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে উক্ত কমিটিখনৰ সভাপতি বীৰেন চন্দ্ৰ হুজুৰীয়ে।

তেওঁ লগতে উপসভাপতি মৃণাল মেধিক কমিটিখনৰ বিৰুদ্ধে অনা বিত্তীয় কেলেংকাৰীৰ অভিযোগ তথ্য প্ৰমাণসহ লিখিতভাৱে দিবৰ বাবে দাবী জনায়।

হুজুৰীয়ে লগতে মৃণাল মেধিৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাই কয়, ‘’মৃণাল মেধিয়ে ধৰ্ণা কাৰ্য্যসূচীৰ বাবে যিসকল লোকক ব্যৱহাৰ কৰিছিল সেইসকলক পানী যোগান আঁচনিৰ সভাৰ বাবে আমন্ত্ৰণ কৰি আনিছিল।‘’

‘২০১২ চনৰ পৰা বৰ্তমানলৈকে তিনিখন সমিতিয়ে আঁচনিখন চলাই থকা’ বুলি মত পোষণ কৰি তেওঁ লগতে কয়, ‘’বশিষ্ঠ, বিজয়পুৰ আৰু অৰুন্ধতী, এই তিনিখন গাঁৱত পানী যোগানৰ ব্যৱস্থা হাতত লোৱা হয় যদিও অৰুন্ধতী আৰু বিজয়পুৰতহে পানী যোগান ধৰিব পৰা যায়। বশিষ্ঠ গাঁৱত মাত্ৰ ৫-৬ জন উপভোক্তা হোৱাৰ বাবে তাত আঁচনিখনৰ অধীনত পানী যোগান ধৰাত অসুবিধা হৈছে।‘’

তেওঁ লগতে কয়, ‘’২০১২ চনত আৰম্ভ হোৱা এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ১৫০ গৰাকী গ্ৰাহকৰ পৰ ১২০০ টকাৰ আমানত ধন সংগ্ৰহ কৰা হয় যদিও প্ৰায় ৫০ জনে ৬০০ টকাকৈ আমানত ধন আদায় দিয়াত মুঠ ১,৫০,০০০ টকা সংগ্ৰহ হয়। লগতে মাহিলী ১৫০ টকাকৈ ২২,৫০০ টকা সংগ্ৰহ হৈছিল। কিন্তু লাহে লাহে গ্ৰাহকৰ সংখ্যা কমি ১২০ জন হোৱাত তেওঁলোকৰ পৰা মাহিলী ২০০ টকাকৈ সংগ্ৰহ কৰা হয়।‘’

তদুপৰি বহু গ্ৰাহকৰ মাহিলী অনাদায় হৈ বৰ্তমান প্ৰায় ১ লাখ টকা অনাদায় হৈ আছে বুলি সদৰী কৰাৰ লগতে তেওঁ কয়, ‘‘লাইটৰ বিলৰ বাবদ ১২,০০০ টকাৰ পৰা ১৫,০০০ টকা, কৰ্মচাৰীৰ দৰমহা ৭০০০ আৰু আঁচনিৰ মেৰামতিৰ বাবদ কমেও ৫০০০ টকা মাহিলী খৰচ হয়। বৰ্তমান আঁচনিৰ বেংকত জমা আছে ২ লাখ টকা।‘’

উল্লেখ্য যে বৰ্তমান পানীৰ উৎস তললৈ নামি যোৱাৰ ফলত ৭/৮ বাৰ পানী  উঠালেও গ্ৰাহকক পানী দুদিনৰ মূৰত ২০০ লিটাৰহে দিব পৰা যায় বুলিও তেওঁ কয়।

আনহাতে, পানীৰ উৎস বঢ়াবলৈ বিভাগীয় মন্ত্ৰীক বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো তেওঁ এই কথাত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে।

তেওঁ লগতে কয়, ‘’বৰিং কিছু দ কৰি পানী বঢ়াবলৈ প্ৰায় ৫-৭ লাখ টকাৰ প্ৰয়োজন হয়, যিটো সমিতিৰ কাৰণে সম্ভৱ নহয়।‘’

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd