• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ পৰা পলাই অহা প্ৰেমিক যুগলক তিনিমাহৰ পিছত ত্ৰিপুৰাত গ্ৰেপ্তাৰ

পান্না ঘোষ by পান্না ঘোষ
March 2, 2018 10:07 am
Bangladeshi-national-nabbed-570x320

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা দুই বাংলাদেশী নাগৰিক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমান্ত সুৰক্ষা বাহিনীৰ ৭১ নং বেটেলিয়নে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ আম্বাছা অঞ্চলৰ পৰা দুগৰাকী বাংলাদেশী নাগৰিকক আটক কৰে।

বিএছএফৰ জোৱানসকলে নিয়মীয়া তহলৰ সময়ত আম্বাছা অঞ্চলৰ পৰা বাংলাদেশী নাগৰিক দুজনক আটক কৰে। বাংলাদেশী নাগৰিক দুজনক ২৬ বছৰীয়া বিশাল চাকমা আৰু ১৮ বছৰীয়া শোভা চাকমা বুলি চিনাক্ত কৰা হৈছে।

Apply Now

দুয়োজনকে আম্বাছা জগতপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এইখিনিতে ইয়াত উল্লেখ কৰিব পাৰি যে এই প্ৰেমিক যুগল তিনিমাহ পূৰ্বে বাংলাদেশৰ পৰা পলাই আহি ৰশিয়াবাৰী হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল আৰু যোৱা তিনিমাহ ধৰি তাত আছিল।

জানিব পৰা তথ্য মতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক মানি নোলোৱাৰ বাবে বাংলাদেশৰ পৰা পলাই অহাৰ সিদ্ধান্ত লৈছিল।

বিশাল চাকমা বাংলাদেশৰ ৰঙামাটি বগাইহাটি অঞ্চলৰ বাসিন্দা আৰু শোভা চাকমা চুবুৰীয়া দেশখনৰ খাগ্ৰাচোৰা অঞ্চলৰ জোৰেব্ৰীজ এলেকাৰ বাসিন্দা।

অৱশ্যে, আম্বাছা অঞ্চলৰ পৰা বিএছএফৰ জোৱানে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আম্বাছা আৰক্ষীক গটাই দিয়ে।

আম্বাছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দুয়োজন বাংলাদেশী নাগৰিককে আদালতত হাজিৰ কৰোৱা হ’ব।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্যখনৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দিশত প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ঘটনাটোৱে পৰৱৰ্তী কেইঘন্টামান পিছতে (৩ মাৰ্চত) অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ প্ৰাক্ মুহূৰ্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ত্ৰিপুৰাত যোৱা ১৮ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়।

আন্ত:ৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ এই দুই বিদেশী নাগৰিক কেনেকৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিব পাৰিলে তাক লৈ ৰাজ্যিক আৰক্ষী বিভাগ আৰু আনকি সীমান্ত বাহিনীৰ কাৰ্যকলাপৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা হৈছে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd