DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত বিবাহিত মহিলাক অপহৰণ কৰি নিয়া যুৱকক জেইললৈ প্ৰেৰণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 26, 2018 10:42 pm
JabbarAli

অপহৰণকাৰী জব্বৰ আলী শ্বেইখ।

87
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ  তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ তথা গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰী গাঁৱৰ এগৰাকী বিবাহিত মহিলাক অপহৰণ কৰি নিয়া এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছে।

এইদৰে বিবাহিত মহিলাক অপহৰণ কৰি নিবলৈ আহি আৰক্ষীৰ জালত বন্দী হৈ ৰঙাঘৰৰ আলহী হোৱা যুৱকজনৰ নাম হ’ল জব্বৰ আলী।

আৰক্ষী সূত্ৰে জানিব পৰা মতে,  কালি অৰ্থাৎ  ২৫ জুন সোমবাৰে সন্ধিয়া উত্তৰ গান্ধীবাৰী নিবাসী মংগল বড়োৰ পত্নীক এজন অচিনাক্ত লোকে কৌশলেৰে অপহৰণ কৰি লৈ যায়। পিছত মহিলা গৰাকীক ঘৰত নাপাই তেওঁৰ স্বামীয়ে লগে লগে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰ পোৱা মাত্ৰেই গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গান্ধীবাৰী অঞ্চলত অভিযান আৰম্ভ কৰে আৰু ঘটনাৰ লগত জড়িত জব্বৰ আলী শ্বেইখ (২৪) নামৰ যুৱক এজনক গান্ধীবাৰী চাৰিআলি  চকত আটক কৰে।

মিস্ত্ৰী কাম কৰি জীৱন নিৰ্বাহ কৰা  জব্বৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত ১৮৩  নং তুচুপাৰা গাঁৱৰ জবেদ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আজি জব্বৰক গান্ধীবাৰী আৰক্ষী চকীৰ পৰা তামুলপুৰ আৰক্ষী থানালৈ আনা হয়। জব্বৰক সোধা-পোছা কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। জ্বব্বৰক আজিয়েই জেইললৈও প্ৰেৰণ কৰা হয়।

 

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd