• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাজেটক লৈ বিপ্লব দেব চৰকাৰক কঠোৰ সমালোচনা ত্ৰিপুৰা চি পি আই (এম)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 6:19 pm
Tripura-CPIm-Protest

ফটোৰ উৎস : ত্ৰিপুৰাইনফো

111
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ পিছতে ত্ৰিপুৰা চৰকাৰে যোৱা মঙলবাৰে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ বাজেটক লৈ বিৰোধী দল চি পি আই (এম)এ বিপ্লব দেব নেতৃত্বাধীন চৰকাৰখনক কঠোৰ সমালোচনা কৰিছে।

যোৱা শুকুৰবাৰে আগৰতলাত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চি পি আই (এম)এ ৰাজ্যবাসীৰ স্বাৰ্থত চৰকাৰক খাৰুৱা তেলৰ ওপৰত বিক্ৰী কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত শীঘ্ৰে উঠাই ল’বলৈ দাবী জনাইছে।

এই উদ্দেশ্যে শতাধিক লোকৰ এক বিশাল সমাবেশক সম্বোধন কৰি ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী মাণিক দেই কয় যে সমগ্ৰ দেশে যি সময়ত পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ যন্ত্ৰনাত ভুগিবলগীয়া হৈছে ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেল আদিৰ দাম কমোৱাৰ পৰিৱৰ্তে ইয়াৰ ওপৰত থকা শুল্ক বৃদ্ধিহে কৰিছে।

বাজেটখনক জনসাধাৰণৰ বিৰোধী বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে বিধানসভা নিৰ্বাচনৰ পুৰ্বে এনৰেগা শ্ৰমিকৰ মজুৰি ৩৪০ টকালৈ বৃদ্ধি কৰাৰ লগতে বিভিন্ন সামাজিক কল্যাণ শিতানত দিয়া অনুদান বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে ইয়াক কাৰ্যকৰী নকৰিলে।

বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য পবিত্ৰ কৰে উপস্থিত লোকসকলক সম্বোধন কৰি নতুন নিযুক্তি নীতিক চোকা ভাষাৰে সমালোচনা কৰি কয় যে এই নীতিয়ে সমাজৰ দুখীয়া শ্ৰেণীক বঞ্চিত কৰিব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd