• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী নেপাল

বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় বিনিয়োগ বিচাৰিলে নেপালে

NE NOW NEWS এন ই নাও নিউজ
কাঠমাণ্ডু , August 9, 2018 6:53 pm

2 min read

handshake-570x320
144
VIEWS
Share on FacebookShare on Twitter

কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ এটা পুনৰীক্ষণৰ সময়ত  বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগ আকৰ্ষণ কৰাৰ প্ৰস্তাৱ ৰাখিছে।

প্ৰতিৱেদনটোত কোৱা হৈছে যে ৯-১০ তাৰিখে অনুষ্ঠিত হোৱাদ্বিপাক্ষিক বাণিজ্যিক আলোচনাচক্ৰখনত  দুয়ো দেশৰ মাজৰ বাণিজ্যিক ভাৰসাম্যতা বজাই ৰখাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগৰ ওপৰত বিশেষ মনোযোগ দিছে।

চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে নেপালে বাৰতৰ পৰা অধিক বিনিয়োগ আকৰ্ষণ কৰিব পাৰে তেন্তে ভাৰত-নেপালৰ বাণিজ্যিক ঘাটী পূৰ্ণ হ’ব। বিষয়াসকলে আৰু কৈছে যে ভাৰতৰ বিনিয়োগ অবিহনে ভাৰতৰ সৈতে নেপালৰ আমদানি বিকল্প আৰু বাণিজ্যিক ঘাটী পূৰ্ণ কৰা সম্ভৱ নহয়।

বাণিজ্য চুক্তি পুনৰীক্ষণ কাৰিকৰী সমিতিৰ (Trade Treaty Review Technical Committee) অধ্যক্ষ ৰবি শংকৰ সৈঞ্জুৱে কৈছে, ‘‘নেপালত ভাৰতীয় বিনিয়োগে আমাক ভাৰতীয় মূল্য-শৃখলা আৰু বজাৰত উজু প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।’’

দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বাণিজ্যিক ব্যৱধান হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ সাহায্য বিচাৰিছে।

বিগত বিত্তীয় বছৰৰ প্ৰথম ১১ মাহত নেপালে ভাৰতলৈ ৪২.৩৪ বিলিয়ন টকাৰ সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে ভাৰতৰ পৰা নেপালে কৰা আমদানি সামগ্ৰীৰ মূল্য আছিল ৭৩১ বিলিয়ন টকা।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে দীৰ্ঘ দিন ধৰি নেপালে প্ৰস্তুতকাৰী খণ্ডটোত ভাৰতৰ পৰা বিদেশী প্ৰত্যক্ষ বিনিয়োগ লাভ কৰা নাই।  ৯০ৰ দশকত প্ৰস্তুতকাৰী খণ্ডটোত নেপালৰ বহুজাতিক কোম্পানী যেনে ডাবুৰ, এছিয়ান পেইণ্টছ, য়ুনিলিভাৰ আদিয়ে নেপালত বিৰাট পৰিমাণৰ বিনিয়োগ কৰি যৌথ ব্যৱসায় নহয় নিজস্ব মালিকাধীন আনুসংগিক ব্যৱসায় আৰম্ভ কৰিছিল।

নেপালত ভাৰতৰ প্ৰস্তুতকাৰী খণ্ডটো মুঠ ভাৰতীয় বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ   ২০ শতাংশ যদিও শেহতীয়া দশকটোত অধিক পৰিমাণৰ বিনিয়োগ শক্তি খণ্ডত কৰা হৈছে।

নেপালৰ প্ৰাক্তন বিত্ত সচিব ৰামেশ্বৰ খানালে চৰকাৰৰ এই প্ৰস্তাৱত ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে।

খানানে কৈছে, ‘‘বিৰাট বাণিজ্যিক ঘাটী হ্ৰাস কৰা, নিয়োগ সৃষ্টি কৰা আৰু বহনক্ষম বিকাশৰ বাবে নেপালে ভাৰতৰ মূল্য-শৃখলৰ সৈতে জড়িত হৈ থাকিব লাগিব।

উল্লেখ্য যে  চলিত বৰ্ষৰ এপ্ৰিলত বাণিজ্য, স্থানান্তৰ আৰু সহযোগিতামূলক ভাৰত-নেপাল আন্তঃচৰকাৰী সচিব পৰ্যায়ৰ আলোচনাচক্ৰত নেপাল আৰু ভাৰতে চলিত দ্বিপাক্ষিক বাণিজ্যিক চুক্তি পুনৰীক্ষণ কৰাত সন্মত হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd