• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাতিল হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দেওবাৰে হোৱা পৰীক্ষা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 20, 2018 11:59 pm

2 min read

বাতিল হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দেওবাৰে হোৱা পৰীক্ষা?
160
VIEWS
Share on FacebookShare on Twitter

আজি ২০ মে’ত অনুষ্ঠিত হোৱা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা ( Panchayat & Rural Development Exam )ৰ প্ৰশ্নকাকত বিভিন্ন ঠাইত ‘ফাদিল হোৱা’ৰ ফলত পৰীক্ষাটো বাতিল হ’ব নেকি প্ৰশ্ন উঠিছে।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পৰীক্ষাৰ্থীয়ে জনোৱা মতে ‘আমি ইমান কষ্ট কৰি পৰীক্ষাত বহাৰ পিছত পৰীক্ষা গৃহত দেখো যে কিছুমান পৰীক্ষাৰ্থীয়ে ম’বাইল উলিয়াই উত্তৰ লিখাত লাগিছে। আমি হতাশ হৈছো। এনেকে পৰীক্ষা পতাৰ অৰ্থ কি?’

বহুতেই এতিয়া পৰীক্ষাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া কৰাৰ ফলত পৰীক্ষাটো বাতিল কৰি পুনৰ নিয়াৰিকৈ পতাৰ কথা উত্থাপিত হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে শিলচৰৰ এটা পৰীক্ষা কেন্দ্ৰত দেওবাৰে দিনৰ ১.২০ বজাত প্ৰশ্নকাকত ফাদিল হয়। বিভিন্ন লোকে হোৱাটছ এপযোগে প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ তুলিছে। আনহাতে পৰীক্ষাটো আছিল আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ।

আনহাতে অ’ এম আৰ প্ৰশ্নকাকত দেৰিকৈ আহি পোৱা বাবে ৰঙিয়াৰ পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগে। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিব লগাও হয়। কেন্দ্ৰটোত পৰীক্ষা ২ ঘণ্টা দেৰিকৈ আৰম্ভ হয়।

আন এগৰাকীয়ে পৰীক্ষাত ‘সহায় বিচৰা’ পৰীক্ষাৰ্থীৰ কথা ছছিয়েল মিদিয়াত সদৰী কৰিছে।

মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পিছত এইবাৰ যোগ্যতা নিৰ্ধাৰণ কৰা পৰীক্ষা এটাত হোৱা ব্যাপক খেলি মেলিৰ অভিযোগৰ ফলত ৰাজ্যৰ বিভাগবিলাকৰ বিশ্বাসযোগ্যতাকে লৈ প্ৰশ্ন উঠিছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd