• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

বানপানীৰ কবলত ত্ৰিপুৰাৰ ১৭খন জিলা, দুৰ্গতৰ বাবে ১৮০টা আশ্ৰয় শিবিৰ স্থাপন

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , June 19, 2018 6:18 pm

1 min read

Kailashahar-2

কৈলাচহৰৰ এটা আশ্ৰয় শিবিৰৰ দৃশ্য : ফটো পান্না ঘোষ

120
VIEWS
Share on FacebookShare on Twitter

কৈলাচহৰ চহৰত জলস্তৰ কমি আহিছে যদিও খাওৰাবিল, লিটিয়াপুৰা আৰু দেবীপুৰ আদি গাঁও এতিয়াও বানপানীৰ কবলত আছে। অকল ত্ৰিপুৰাৰ বানাক্ৰান্ত এলেকাৰ পৰাই এই পৰ্যন্ত ২৬,০০০ লোকক উদ্ধাৰ কৰা হৈছে।

বিজুলী আৰু পানী যোগান ব্যাহত হৈ পৰাৰ ফলত ভালেমান বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিবল’গীয়া হৈছে। বিভিন্ন নদী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে বিভিন্ন স্থানৰ মথাউৰি ভাঙি পৰিছে।

আনহাতে কিছুসংখ্যক লোক নিজৰ ঘৰলৈ উভতি গৈছে যদিও ভালেমান লোক এতিয়াও আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। আৰ্ট অব লিভিং, এথলেটিক কেম্পছ আদি বেচৰকাৰী সংস্থাসমূহৰ স্বেচ্ছাসেবকসকলে খাদ্য সামগ্ৰী, মিনাৰেল ৱাটাৰৰ বটল, কাপোৰ আৰু আন আন প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰিছে।

বৰষুণৰ পানীৰে উপচি পৰা খোৱাই নদীৰ পানীয়ে নতুন নতুন এলেকা বুৰাই পেলোৱাৰ ফলত ত্ৰিপুৰাৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে। বিগত কেইদিনমানত বানপানীত প্ৰায় ২৬,০০০ মানুহ ক্ষতিগ্ৰস্ত হৈছে। বানপানীত বাজ্যখনৰ ৮খন জিলাৰ ৭খন জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্ত জিলাখন হৈছে উনাকোটি জিলা।

চৰকাৰী সূত্ৰত প্ৰকাশ যে ৬,০৫৪টা পৰিয়ালক আশ্ৰয় দিয়াৰ বাবে ইতিমধ্যে ১৮০টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd