DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বােকাখাতত বাংকে মিচিং আগম কেবাঙৰ উদ্যোগত কৃতী ছাত্র-ছাত্রীক অভিনন্দন আৰু কবিতা পাঠ অনুষ্ঠান

উত্তম শইকীয়া by উত্তম শইকীয়া
June 24, 2018 10:36 pm
Bokakhat felicitation program
266
VIEWS
Share on FacebookShare on Twitter

বােকাখাত পুৱতি সাহিত্য সভা ভৱনত আজি বােকাখাত বাংকে মিচিং আগম কেবাঙৰ ৰূপালী জয়ন্তী বর্ষৰ এক বিশেষ অনুষ্ঠান উদযাপিত হয়। এই উপলক্ষে বােকাখাত মহকুমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৎকৃষ্ট ফ’ল আৰু ক্রীড়াত বিশেষ সফলতা দেখুওৱা কৃতী ছাত্র-ছাত্রীক অভিনন্দন জনােৱাৰ লগতে এক কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত হয়।

বােকাখাত মিচিং বাংকে আগম কেবাঙৰ স্থায়ী সভাপতি মিনতি দলেৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত উদ্দেশ্য বাখ্যা কৰে সংগঠনটোৰ সম্পাদক ধর্মিন্দৰ দলেই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখিকা অন্নদা শইকীয়াই কৃতী ছাত্র-ছাত্রীক উদ্দেশ্যি ভাষণ প্রদান কৰাৰ লগতে এটা স্বৰচিত কবিতাও পাঠ কৰে।

অনুষ্ঠানটোত জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈ, লেখিকা নিজৰা বৰঠাকুৰ, গােবিন দলে, সর্বেশ্বৰ লইং, কনক মৰাং, ফুলেশ্বৰী পেগু পাংগিং, গকুল দাও, মুহিৰাম লইং, গীতাঞ্জলি কলিতা, কনক দলে আৰু তৰুণ দলে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।

কবিতা পাঠ অনুষ্ঠানত ৰােণান্ডাে টাইড, মনালিচা শইকীয়া, তৰুণ তীর্থ শইকীয়া, মধু পেগু, বিজু পেগু, ভৰত কুটুম, তপন কুটুম, মণি কান্ত কুটুম, প্রভু কুটুম, মঞ্জু চাৰহ, চন্দ্র মােহন চাৰহ, কাংকান-দীপ কুটুম আদিয়ে স্বৰচিত কবিতা পাঠ কৰে ৷

তদুপৰি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ষ্টাৰ, ডিষ্টিংচন প্রাপ্ত মুঠ চৈধ্য গৰাকী মিচিং কৃতী ছাত্র-ছাত্রী তথা তেজপুৰ বিহগুৰিত সদৌ অসম ভিত্তিত অনুষ্ঠিত মল্লযুঁজৰ প্ৰতিযােগিতাত পদক লাভ কৰিবলৈ সক্ষম হােৱা বাৰ গৰাকী মল্ল যুজাঁৰুৰ লগতে প্রশিক্ষক অনুষ্টুপ নৰহক বােকাখাত বাংকে মিচিং আগম কেবাঙৰ তৰফৰ পৰা অভিনন্দন জনােৱা হয়।

অভিনন্দন অনুষ্ঠান পৰিচালনা কৰে বিমল দলে আৰু কমল পাটগিৰিয়ে। সভাৰ শেষত সম্পাদক ধর্মিন্দৰ দলেই শলাগৰ শৰাই আগবঢ়ায় ৷

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd