DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

বাৰিষাৰ পূৰ্বেই নদীৰ পাৰ, মথাউৰি, গৰাখহনীয়াৰ ব্যৱস্থা লোৱাৰ আশ্বাস মণিপুৰৰ জলসম্পদ মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 8:59 pm
140
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ জলসম্পদ মন্ত্ৰী লেতপাও পাওকিপে আজি সদনত কৰা এটা ঘোষণাত কয় যে চৰকাৰে ৰাজ্যখনৰ নদীৰ গৰাখহনীয়া, মথাউৰি তথা নদীৰ পাৰবোৰৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে মেৰামতিৰ ব্যৱস্থা অহা বাৰিষাৰ পূৰ্বেই কৰিবলৈ আঁচনি লৈছে। পাৰ ভগা, গৰা খহা আৰু পানীৰ তল যোৱা নদীৰ পাৰ মেৰামতি কৰাটো জল সম্পদ বিভাগৰ কামেই। অধিৱেশনৰ দ্বিতীয় দিনা এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰীজনে। জলসম্পদ বিভাগে এইটো কৰিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিব।

‘যদিও মানুহে প্ৰাকৃতিক দুৰ্য্যোগক সম্পূৰ্ণকৈ ৰোধ কৰিব নোৱাৰে, তথাপি বিভাগটোৱে এই সমস্যাটোৰ সমাধানৰ যৎপৰোনাস্তি চেষ্টা কৰিব।’ মন্ত্ৰীজনে কয়। বিধানসভা চলিত অধিৱেশনৰ মাজত প্ৰশ্নোত্তৰ কালত কুম্বি সমষ্টিৰ বিধায়ক এ বিৰাই উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীজনে এইদৰে কয়। উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাৰ সময়তে ইথাই বান্ধৰ পানী এৰি দিয়াৰ ফলত বিষ্ণুপুৰ জিলাৰ চুগনু আৰু কুম্বি বিধান সভা সমষ্টিৰ লগতে কাকচিং জিলাৰ নদীবোৰৰ বহুকেইটা মথাউৰি ভাগিছিল। এই প্ৰসংগতে সোধা প্ৰশ্নৰ উত্তৰ দি জল সম্পদ মন্ত্ৰীজনে এইদৰে কয়। ইথাই বান্ধ হ’ল মণিপুৰ নদীৰ ওপৰত থকা এটা ৩৫ মিটাৰ ওখ বান্ধ আৰু ই লোকটক বহুমুখী প্ৰকল্পৰ এটা প্ৰধান অংশ।

এইখিনিতে কোৱা প্ৰয়োজন যে যোৱা বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰাৰ কিছু দিনৰ পিছতে মুখ্য মন্ত্ৰী বীৰেন সিঙে ৰাজ্যখনৰ বান সমস্যাৰ স্বাৰ্থত লোকটক বহুমুখী প্ৰকল্পটোৰ এটা পুনৰ পৰ্য্যালোচনাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰস্তাৱ দিছিল।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd