• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিতকৈ এ আই ইউ ডি এফৰ উত্থান দ্ৰুত : সেনাপ্ৰধান বিপিন ৰাৱট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2018 11:33 am

1 min read

Army-chief-General-Bipin-Rawat
88
VIEWS
Share on FacebookShare on Twitter

অসমত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ উত্থান দেশত বিজেপিৰ উত্থানতকৈ দ্ৰুত বুলি মন্তব্য কৰিছে সেনাপ্ৰধান বিপিন ৰাৱটে।

বুধবাৰে নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত সুৰক্ষা সন্দৰ্ভত ‘North East Region of India – Bridging Gaps and Securing Borders’  শীৰ্ষক এক সন্মিলনত উক্ত মন্তব্য কৰে।

অসমত মুছলমান লোকৰ জনসংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বুলি ৰাৱটে সন্মিলনত মন্তব্য কৰে।

আনহাতে অঞ্চলটোলৈ বাংলাদেশৰ পৰা হৈ থকা অবৈধ অনুপ্ৰৱেশৰ সন্দৰ্ভত উল্লেখ কৰি তেওঁ

কয়, ‘বাংলাদেশীসকলৰ মাটিকালিৰ নাটনি হৈছে, তেওঁলোকৰ বেছিভাগ অঞ্চলে বানত বুৰ যোৱাৰ ফলত লোক সকলে প্ৰব্ৰজন কৰে। আনহাতে আনটো দিশ হৈছে পৰিকল্পিত অবৈধ অনুপ্ৰৱেশ’।

তেওঁ এই ক্ষেত্ৰত পাকিস্তানক জগৰীয়া কৰি কয় যে দেশৰ ‘পশ্চিম প্ৰান্তৰ চুবুৰীয়া’ পাকিস্তানে ‘উত্তৰ প্ৰান্তৰ চুবুৰীয়া’ চীনৰ সগযোগত অঞ্চলটোক অশান্ত ৰাখিবলৈ এই ‘প্ৰক্সি’ যুদ্ধ চলাই আছে।

অঞ্চলটোৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি সেনাপ্ৰধান গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক সঠিক দিষ্টিৰে চাই আছে বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁ উন্নয়নৰ লগতে অঞ্চলটোৰ লোকসকলক দেশৰ বাকী অংশৰ লগত একত্ৰিত কৰি সমস্যা সমূহৰ সমাধান কৰিব পৰা যাব বুলি মন্তব্য কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd