• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে বজালীত চি পি আই (এম)ৰ প্ৰতিবাদ

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , May 8, 2018 8:21 pm

1 min read

বিজেপিৰ জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে বজালীত চি পি আই (এম)ৰ প্ৰতিবাদ
90
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰৰ বিভিন্ন জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰোধিতাৰে চি পি আই (এম)ৰ বজালী আঞ্চলিক কমিটিয়ে আজি বৰপেটা জিলাৰ পাঠশালাত প্ৰতিবাদ সাব্যস্ত কৰে।

জিলা সদস্য ধৰণী শৰ্মাৰ নেতৃত্বত দলটোৰ আঞ্চলিক কমিটিয়ে পাঠশালা নগৰৰ বিভিন্ন ঠাইত পথ সভা অনুষ্ঠিত কৰে।

বসন্ত তালুকদাৰ, নাৰায়ন কাকতী আৰু প্ৰদিপ দাস আদি প্রতিবাদত অংশগ্রহণ কৰা প্ৰধান ব্যক্তিসকলৰ অন্যতম।

উক্ত প্ৰতিবাদত বক্তা সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ৰংঘৰকে ধৰি ভাৰতৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ ব্যক্তিগতখণ্ডক গতোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বক্তব্য ৰাখে।

সভাৰ পিছত ধৰণী শৰ্মাৰ নেতৃত্বত এটা ৪ জনীয়া প্ৰতিনিধি দলে মহকুমাপতিৰ কাৰ্যালয়লৈ গৈ বজালী মহকুমাধিপতি ভাস্কৰ ৰেড্ডিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd