• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ গাড়ী চালকৰ অতি কমেও পাঁচবছৰীয়া অভিজ্ঞতা থকাটো বাঞ্চনীয়ঃ গৌতম দাস

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 29, 2018 12:30 pm
Drivers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকল চালকৰ গাড়ী চলোৱাৰ অতি কমেও পাঁচ বছৰীয়া অভিজ্ঞতা নাথাকে তেনে চালকক বিদ্যালয় কৰ্তৃপক্ষই চালক হিচাপে নিযুক্তি দিব নালাগে।— এই মন্তব্য বৰপেটা জিলা পৰিবহণ বিষয়া গৌতম দাসৰ।

উল্লেখযোগ্য যে শেহতীয়াভাৱে উত্তৰপ্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ১৩ ছাত্ৰ- ছাত্ৰীৰ সোঁৱৰণত যোৱা শুকুৰবাৰে বৰপেটা জিলা পৰিবহন বিভাগৰ উদ্যোগত টাউন পাঁচআলিত এখন শোক সভা অনুষ্ঠিত কৰা হয়।

Apply Now

এই সভাখনত উপস্থিত থাকি পৰিবহন বিষয়া দাসে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষ সমূহক নিৰ্দেশ দি কয়— ‘কোনো বিদ্যালয় কৰ্তৃপক্ষই পাঁচ বছৰৰ অভিজ্ঞতা নথকা চালকক নিযুক্তি দিব নালাগে। আনহাতে পৰিবহন বিষয়া গৰাকীয়ে চালকসকলক কোনো ধৰণৰ কথাত প্ৰৰোচিত নহৈ নীতি নিয়ম মানি বাহন চলাবলৈ আহ্বান জনায়।

আনহাত ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৰতত প্ৰতি বছৰে প্ৰায় ১.৫ লাখ লোকে পথ দুৰ্ঘটনাৰ কবলত পৰি মৃত্যুমুখত পৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শোকসভাখনত বৰপেটা জিলাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, চৰকাৰী কৰ্মচাৰীৰ লগতে বহু সংখ্যক স্থানীয় নাগৰিক উপস্থিত আছিল। উপস্থিত সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd