• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋতুপৰ্ণ বৰুৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মৃণাল শইকীয়া, বিজেপিৰ গোলাঘাট সমিতিৰ সভাপতিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 29, 2018 9:22 am
214
VIEWS
Share on FacebookShare on Twitter

লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

উল্লেখযোগ্য যে বিধায়ক ঋতুপৰ্ণ বৰুৱাই এই ষড়যন্ত্ৰ গোলাঘাটৰ পৰাই আৰম্ভ হোৱা বুলি কৰা মন্তব্যত আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে দুয়োজন নেতাই ৷ লগতে দলৰ ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক যদি সঁচাই ষড়়যন্ত্ৰ হৈছে তাক পুলিতেই মষিমূৰ কৰিব লাগিব বুলি মন্তব্য কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰাই ৷

আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো জানিব পৰা বুলি জানিবলৈ দিয়ে। লগতে বিধায়ক শইকীয়াই মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ একাংশ লোকে ষড়যন্ত্ৰ কৰাতো কোনো আচৰিত কথা নহয় বুলি মন্তব্য কৰাৰ লগতে দলৰ ভিতৰৰ পৰা এনে ষড়যন্ত্ৰ হোৱাৰ কথা অস্বীকাৰ কৰে ৷

কাৰণ পূৰ্বতকৈ মুখ্য মন্ত্ৰীৰ জনপ্ৰিয়তা বাঢ়িছে বুলি মন্তব্য কৰি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগত আলোচনা কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে মৃণাল শইকীয়াই।

প্ৰাক্তন বিধায়ক তৰুণ গগৈয়ে সোমবাৰে সংবাদমেল যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ যুঁজত ব্যস্ত থকা বুলি কৰা মন্তব্যক  বিধায়ক মৃণাল শইকীয়াই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মন্তব্যৰ কোনো ভিত্তি নাই বুলি কয়।

তাৰোপৰি খুমটাইৰ বিধায়কগৰাকীয়ে কয় যে, ‘পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধি হোৱাৰ বাবেই প্ৰতিদিনে পে’ট্ৰল-ডিজেলৰ মূল্য বাঢ়ি আছে বুলি মন্তব্য কৰে ৷ মূল্য হ্ৰাস কৰাৰ বাবে আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰি আছে।’

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd