DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিপিএফ সুবিধাবাদী দল, বিটিচিৰ লাভ হোৱা কামহে বিপিএফে কৰিব: হাগ্ৰামা মহিলাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 4:48 pm
04-05-18 Mushalpur- Hagrama Mohilary address media (2)

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

100
VIEWS
Share on FacebookShare on Twitter

‘বিপিএফ হৈছে এটা সুবিধাবাদী দল। যেনেকৈ বিটিচিৰ লাভ হয় তেনেকৈ বিপিএফে কাম কৰি যাব। সুবিধাবাদীৰ ৰাজনীতি কৰি আছো কৰি যাম, আমি হৈছো এটা সৰু দল গতিকে আমাৰ বেলেগ উপায় নাই’।

বৃহস্পতিবাৰে অসম চৰকাৰৰ অন্যতম অংশীদাৰী দল বিপিএফৰ প্ৰধান নেতা হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰা দেখা যায়।

আনহাতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত যুটীয়া সংসদীয় সমিতিক বিভিন্ন দল-সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছত বিপিএফৰ নেতা জনে এই প্ৰসংগত ৰহস্যজনক স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

মহিলাৰীয়ে বিধেয়কখনৰ প্ৰসংগত কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আমি একো মাত নামাতো। এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত আমি কাৰো মাজত নোসোমাও’।

উল্লেখ্য যে বিভিন্ন দল সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাৱ্যস্ত কৰি থকা সময়তে চৰকাৰৰ অন্যতম অংশীদাৰী দল বিপিএফৰ এনে ৰহস্যজনক স্থিতিয়ে নিসন্দেহে ৰাজ্যৰ ৰাজনীতিত ব্যাপত প্ৰভাৱ পেলাব।

Recent News

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd