• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে বিপুল ভোটত জয়ী হ’ব মিয়ানি ডি শ্বিৰা : সুস্মিতা দেৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 12:15 pm
Sushmita

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সদৌ ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে মেঘালয়ৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল চাংমা পুনৰ মুখ্য মন্ত্ৰী হিচাপে অধিষ্ঠিত হ’ব বুলি সম্পূৰ্ণ বিশ্বাসেৰে মন্তব্য কৰে। মঙলবাৰে ৰাজ্যখনৰ আমপাতি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন উপলক্ষে কংগ্ৰেছৰ প্ৰাৰ্থী মুকুল চাংমাৰ জ্যেষ্ঠ জীয়ৰী মিয়ানি ডি শ্বিৰাৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈ ৰাষ্ট্ৰীয় অধ্যক্ষাগৰাকীয়ে উক্ত মন্তব্য কৰা দেখা যায়।

আমপাতি সমষ্টিৰ অন্তৰ্গত জয়ফুৰ গাঁৱত কংগ্ৰেছৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ সুস্মিতাই গভীৰ আত্মবিশ্বাসেৰে কয় যে আমপাতিবাসীয়ে মিয়ানিক ব্যাপক ব্যৱধানত বিজয়ী কৰিব।

Apply Now

‘আমপাতি সমষ্টিৰ জনসাধাৰণৰ লগত মত বিনিময় কৰাৰ সময়ত মই এটা কথা উপলব্ধি কৰিছো যে সমষ্টিবাসী ৰাইজ মুকুল চাংমাৰ সৈতে সংযুক্ত হৈ আছে কিয়নো চাংমাই সমষ্টিটোৰ বাবে বহুতো কৰিছে।‘ এইদৰে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে মন্তব্য কৰে।

১৯৯৩ চনৰ পৰা একেৰাহে ছয়বাৰলৈ মুকুল চাংমাই আমপাতি সমষ্টিৰ পৰা জয়ী হৈছে বুলি সুস্মিতা দেৱে উল্লেখ কৰি কয় যে ৰাজ্যবাসী বৰ্তমানৰ চৰকাৰৰ কাম কাজত মুঠেই সন্তুষ্ট নহয়।

উত্তৰ-পূবৰ আঞ্চলিক দলসমূহৰ সৈতে বিজেপিয়ে লগ লাগি কংগ্ৰেছক উৎখাত কৰাৰ বাবে তৎপৰ হোৱা কাৰ্য সম্বন্ধে তেওঁ কয়, ‘অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাম কাজত ইতিমধ্যে মোহভংগ হৈছে অসমৰ জনতা। অসমৰ দৰে ত্ৰিপুৰা আৰু মেঘালয়তো জনসাধাৰণ ক্ষুভিত হ’ব চৰকাৰৰ কাম কাজত’।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম কাজত ভাৰতৰ জনসাধাৰণ মুঠেই সন্তুষ্ট নহয় বুলি কৈ ২০১৯ চনত পুনৰ ভাৰতত কংগ্ৰেছে শাসনভাৰ দখল কৰিব বুলি আত্মবিশ্বাসেৰে মন্তব্য কৰে সুস্মিতা দেৱে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় অধ্যক্ষাগৰাকীক সাংবাদিকে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত নিজৰ স্থিতিৰ বিষয়ে জানিবলৈ বিচৰাত কংগ্ৰেছ নেত্ৰীগৰাকী মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd