DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ জৰিয়তে ২৩ জুনত ‘অলিম্পিক দিৱস’ পালন কৰিবলৈ সাজু ছিকিম

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
June 20, 2018 12:44 pm
LogoOlympicDay-570x320
125
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনেও দেশজুৰি উদযাপন কৰিব ‘অলিম্পিক দিৱস’ ।

এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম অলিম্পিক এছ’চিয়েশ্যনে ৰাজ্যিক যুৱ কল্যাণ বিভাগৰ সহযোগত বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ মাজেৰে অলিম্পিক দিৱস উদযাপন কৰিব।

এসপ্তাহযোৰা চলিবলগীয়া এই অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি ছিকিম অলিম্পিক এছ’চিয়েশ্যনে ফুটবল প্ৰতিযোগিতা, টাইকোৱানড’, আৰ্চাৰী, কাৰাটে, বক্সিং, বেডমিণ্টনৰ লগতে সমূহীয়া দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই বৰ্ষৰ অলিম্পিক দিৱসৰ থীম হৈছে ‘মোভ লাৰ্ণ এণ্ড ডিছক’ভাৰ’। ছিকিমৰ শিশু তথা যুৱ প্ৰজন্মক খেলৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যেই এনে ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছো। এই খেলুৱৈসকলক অভিজ্ঞ ক্ৰীড়া বিশেষজ্ঞসকলৰ দ্বাৰা অনুশীলন প্ৰদান কৰা হ’ব।

উল্লেখ্য যে অহা ২৩ জুনত হ’বলগীয়া অলিম্পিক দিৱস দৌৰত সকলো বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী, সংগঠন, জেষ্ঠ্য নাগৰিকৰ লগতে সকলো লোককে অংশগ্ৰহণ কৰিবলৈ ছিকিম অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি তথা সদস্যসকলে অনুৰোধ জনাইছে।

অলিম্পিক দিৱসৰ দিনা ৰাতিপুৱা ৬.৩০ বজাত এমজি মাৰ্গস্থিত টাইটানিক পাৰ্কৰ পৰা এই সমূহীয়া দৌৰৰ শুভাৰম্ভণি হ’ব।

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd