• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা, চিকিৎসক ডাঃ অমল কটকী আৰু সাংবাদিক জাৰিৰ হুছেইনলৈ ‘ডি পি আৰ চি’ বঁটা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 24, 2018 11:19 pm
DPRC Awardee
129
VIEWS
Share on FacebookShare on Twitter

আৰ্তজনক কম খৰচতে উন্নতমানৰ ফিজিঅ’থেৰাপী চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্যত স্থাপন কৰা ‘ডি পি আৰ চি’ য়ে অহা ৮ জুলাইত ইয়াৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰিব।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা এই বৰ্ষপুৰ্তি অনুষ্ঠানতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা, বিশিষ্ট চিকিৎসক তথা গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকী আৰু বৈদ্যুতিন মাধ্যম নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালক জাৰিৰ হুছেইনক ২০১৮ বৰ্ষৰ ‘ডি পি আৰ চি’ বঁটা প্ৰদান কৰা হ’ব।

আজি বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰি-হেবিলিটেশ্যন চেণ্টাৰ চমুকৈ ‘ডি পি আৰ চি’ৰ পৰিচালন সঞ্চালক দিগন্ত দাসে।

সংবাদমেলত দাসে জনায় যে, নামনি অসমৰ জিলাকেইখনৰ লোকৰ উন্নত ফিজিঅ’থেৰাপী সেৱাৰ বাবে বৰপেটাত অহা ৮ জুলাইত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ‘ডি পি আৰ চি’ৰ এটা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব।

উক্ত দিনা সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগা ‘ডি পি আৰ চি’ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ কেবাজনো মন্ত্ৰীৰ লগতে বৰপেটা জিলাৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলিও দাসে জানিবলৈ দিয়ে।

তদুপৰি অনুষ্ঠানত ‘ফিনিক্স’ শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰাৰ লগতে সুৱদি কণ্ঠৰ গায়িকা ডলী ঘোষ (সাধ্য)এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলিও সংবাদমেলত দাসে উল্লেখ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd