• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা

NE NOW NEWS এন ই নিউজ নাও
গুৱাহাটী , March 19, 2018 2:04 pm

1 min read

ajit....jpg
172
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ আগবঢ়োৱা হৈছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মাৰক বঁটা।

উল্লেখযোগ্য যে জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী তথা অসমৰ সমাজ-ৰাজনীতিৰ অন্যতম পথ প্ৰদৰ্শক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্মৃতিত পশ্চিম তেজপুৰৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান নন্দন কানন সংগীত বিদ্যালয়ে ২০১৪ বৰ্ষৰ পৰা দুবছৰৰ মূৰে মূৰে দেশপ্ৰাণ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত বঁটা প্ৰদান কৰি আহিছে।

অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা তথা শিক্ষা-সাহিত্য-সংস্কৃতি, সমাজসেৱা আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত একোগৰাকী উপযুক্ত ব্যক্তিক নিৰ্বাচনী সমিতিয়ে এই বঁটাৰ বাবে নিৰ্বাচন কৰাৰ পাছত ২০১৮ বৰ্ষৰ বঁটাৰ বাবে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞালৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে সমাগত ব’হাগ বিহুৰ পূৰ্বে অহা আঠ এপ্ৰিলত শোণিতপুৰ জিলাৰ বিহগুৰিৰ পিঠাখোৱাস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা প্ৰেক্ষাগৃহত এক ৰাজহুৱা অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বটাঁ প্ৰদান কৰা হ’ব ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক গৰাকীক।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশিষ্ট সাংবাদিক-লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট চিন্তাবিদ-লেখক ময়ূৰ বৰাক এই বটাঁ প্ৰদান কৰা হৈছিল।

Recent News

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd