• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ অৱস্থা টংলাৰ বাসিন্দাসকলৰ

চাজিদ খান by চাজিদ খান
March 11, 2018 10:04 am
Tangla-town-committee-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ টংলা চহৰৰ বিভিন্ন অঞ্চলত খোৱা পানীত অত্যধিক মাত্ৰাত পোৱা বিষাক্ত ফ্ল’ৰাইড উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশেষকৈ চহৰখনৰ ৩ নং ৱাৰ্ডত এই সমস্যা অধিক গভীৰ হৈ পৰিছে।

৩ নং ৱাৰ্ডৰ স্থানীয় বাসিন্দাসকলৰ মাজত গুৰুতৰ ৰূপত পক্ষাঘাত তথা শাৰীৰিক অক্ষমতা সম্পৰ্কীয় ঘটনা দেখা পোৱা গৈছে।

Apply Now

চমুৱাপাৰ, বৰজালাহ, মিলনপুৰ আৰু মেধিপাৰা চুবাৰ দৰে কাষৰীয়া অঞ্চলসমূহতো  অতিমাত্ৰাত ফ্ল’ৰাইড পোৱা গৈছে।

এক প্ৰতিবেদন অনুসৰি চহৰখনৰ ২০ৰ পৰা ৬০ ফুট তলৰ ভূমিজলৰ প্ৰতিলিটাৰ পানীত ১.৭ ৰ পৰা ২.৩ মিলিগ্ৰাম পৰিমানৰ ফ্ল’ৰাইড পোৱা গৈছে।

টংলাৰ জনসাধাৰণে বিগত ছয় বছৰ ধৰি ঘৰুৱা ব্যৱহাৰৰ বাবে দমকলৰ পানী ব্যৱহাৰ কৰি আহিছে।

বাসিন্দাসকলে নগৰ সমিতিক কৰ আদায় দি অহা সত্ত্বেও চৰকাৰে আগবঢ়োৱা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে।

টংলা নগৰ সমিতিৰ পানী যোগান আঁচনিখন ২০১১ লৈকে এপিডিচিএলক আদায় দিবলগীয়া ২৮,৬০৮৮৭ টকাৰ বিদ্যুৎ বিলৰ পৰিশোধ নকৰাৰ বাবে ২০১২ চনৰ নৱেম্বৰৰ পৰা কাৰ্যহীন হৈ পৰি আছে।

Tangla-water-tank-1

টংলাৰ চিত্ৰনগৰ আৰু জালুকবাৰী অঞ্চলত থকা নগৰ সমিতিৰ পানী টেংকী দুটা জৰাজীৰ্ণ অৱস্থাত পৰি আছে।

সমিতিৰ অধীনত মুঠতে ৩৭৯ গৰাকী উপভোক্তা আছে আৰু এওঁলোকে মাহিলি ৪০ টকাকৈ পানীযোগান সেৱাৰ বাবে দিব লাগে। সমিতিৰ অধীনৰ উপভোক্তাৰ পৰা ৪৪১৭৮৮ টকা অনাদায় হৈ আছে।

টংলা নগৰ সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীয়ে সমিতিৰ কামকাজ সমূহ একচ্ছত্ৰীভাৱে চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

টংলা নগৰ সমিতিৰ অধীনত চাৰিটা ৱাৰ্ডত বাস কৰা প্ৰায় ৫০,০০০ লোকে সমিতিখনৰ কাম কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে সভাপতি, উপ সভাপতি আৰু চাৰিগৰাকী ৱাৰ্ড সদস্যৰ কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই আৰু স্থানীয় ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট ঘণিষ্ঠ লোককহে নিৰ্বাচিত কৰা হয়।

নাম প্ৰকাশত অনিচ্ছুক সমিতিৰ এগৰাকী কনিষ্ঠ অভিযন্তাই এই প্ৰতিবেদকক জনায় যে পানী টেংকীৰ লগতে পানীৰ পাইপসমূহ বিনষ্ট হৈ গৈছে। ইয়াত এটা নতুন পানী যোগান প্ৰকল্পৰ প্ৰয়োজন।‘’

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজেই চহৰখনত বিশুদ্ধ খোৱাপানীৰ বাবে পানী যোগান আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে তেনে কোনো পদক্ষেপ দেখা পোৱা নগ’ল।

 

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd