• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ চাৰিআলিত ৰে’লৱে অভিযন্তা মৃনাল কুমাৰ তামুলীৰ ঘৰত নিশা চি বি আইৰ তালাচী

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 21, 2018 8:43 pm
114
VIEWS
Share on FacebookShare on Twitter
শুকুৰবাৰে নিশা বিশ্বনাথ চাৰিআলিত থকা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা মৃনাল কুমাৰ তামুলীৰ বাসভৱনত চি বি আইৰ এটা ৯ জনীয়া দলে তালাচী চলায়। লগতে ভাৰতীয় ষ্টেট বেংকৰ বিশ্বনাথ চাৰিআলি শাখাত থকা তামুলীৰ পত্নী নিহাৰীকা শৰ্মাৰ সোণৰ গহনা থকা  বেংকৰ এটা লকাৰো চি বি আইৰ দলটোৱে ছীল কৰিছে। আৰু এই কথা অভিযন্তা গৰাকীৰ পত্নী আৰু বেংক বিষয়াই নিজ মুখে স্বীকাৰ কৰিছে।
উল্লেখযোগ্য যে বগীবিল প্ৰকল্পৰ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা ৰে’লৱে অভিযন্তা গৰাকীৰ চাকৰি জীৱনৰ মাত্ৰ ৯ টা বছৰতে কেইবাকোটি টকা আৰু সম্পত্তিৰ গৰাকী হোৱাৰ বিষয়টোৰ সন্দৰ্ভত চি বি আইয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছিল। অভিযন্তা গৰাকীৰ আয়তকৈ ২কোটি ৫৫ লাখ ৬৬ হাজাৰ ৬ শ ৯০ টকাৰ সম্পত্তি বেছি পাইছে অনুসন্ধান কাৰী সংস্থাটোয়ে।
মন কৰিব লগীয়া যে ২০০৯ বৰ্ষত ৰে’লৱেত অভিযন্তা হিচাপে যোগদান কৰা তামুলীয়ে ৯টা বৰ্ষত ২কোটি ৭৯ লাখ ২৪ হাজাৰ ৫ শ ৯৮ টকাৰ সম্পত্তিৰ গৰাকী হয় তামুলী। আনিক চি বি আইয়ে দাখিল কৰা এজাহাৰত স্পষ্টকৈ উল্লেখ থকা অনুসৰি ৯ টা বছৰত ৰে’লৱেৰ অভিযন্তা জনে আহৰণ কৰা পৰ্বত সম সম্পত্তিৰ কথা। চাকৰি জীৱনত নগাঁও, তেজপুৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটীত মাটি সম্পত্তিৰ গৰাকী হৈছে। আৰু এই পৰ্বতসম সম্পত্তিৰ উৎস বিচাৰি চি বি আইয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd