• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে কৃষ্ণাই থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট

NE NOW NEWS এন ই নাও নিউজ
কৃষ্ণাই , April 23, 2018 1:31 pm

2 min read

krishnai

প্ৰতিনিধিত্বমূলক চিত্ৰ

146
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা সংগ্ৰহক লৈ দুই ফৈদৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজিও অব্যাহত আছে প্ৰতিবাদ। আজি কৃষ্ণাই থানাৰ সন্মুখত কৃষ্ণাইৰ স্থানীয় ৰাইজ আৰু নাগৰিক সভাই পলায়ন কৰি থকা অভিযুক্তকাৰী কেইজনক গ্ৰেপ্তাৰৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখ্য যে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিহু কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণত বিহু কমিটিৰ কেইবাজনো সদস্য গুৰুতৰভাৱে আহত হৈছিল।

মাৰপিটত জড়িত থকা নাৰ্চাৰীৰ প্ৰায় ১৫ জনীয়া সদস্যৰ দলটোৰ মাত্ৰ ৫ জন লোককহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু বাকী ১০ জন সদস্যক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত উক্ত ঘৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ধৰ্মঘটকাৰী সকলে চৰকাৰী মাটিত কিদৰে নাৰ্চাৰী স্থাপন কৰিব পাৰে তাক লৈও প্ৰশ্ন উত্থাপন কৰে আৰু বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।

উল্লেখযোগ্য যে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিহু কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত বিহু কমিটিৰ ৪ জনকৈ সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰাৰ পিছতে বিহু কমিটিৰ অন্য একাংশ সদস্য ক্ষুব্ধ হৈ নাৰ্চাৰীখনৰ এটা বাসৃগহ, এখন বাইক আৰু এখন পিকআপ ভান জ্বলাই দিছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd