• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিয়াত বহিবলৈ জোৰ কৰা বাবে মাক-দেউতাকৰ বিৰুদ্ধে কাছাৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে তৰিলে গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2018 5:37 pm

1 min read

Child marriage in kachar assam

প্ৰতিনিধিত্বমূলক ছবি

91
VIEWS
Share on FacebookShare on Twitter

জোৰ কৰি বিয়া দিব খোজা মাক-দেউতাকৰ বিৰুদ্ধে গোচৰ তৰিলে কাছাৰ জিলাৰ ১৫ বছৰীয়া ছোৱালী এজনীয়ে।

সহপাঠী এগৰাকী ছাত্ৰীৰ পৰামৰ্শ অনুসৰি ছাত্ৰীগৰাকীয়ে নিজৰ অভিভাৱকৰ বিৰুদ্ধে কাছাৰ জিলা আইনী সাহাৰ্য্য কৰ্তৃপক্ষৰ ওচৰত গোচৰ তৰে।

বিয়াত বহাৰ পৰিৱৰ্তে পঢ়া-শুনা কৰিবৰ ইচ্ছা কৰিছে অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে।

জিলা আইনী কোষৰ জ্যেষ্ঠ বিষয়া বিশ্বজিত নাথে টাইমছ অৱ ইণ্ডিয়াক জনোৱা অনুসৰি, ‘ছোৱালীজনীৰ অভিভাৱকক কম বয়সত বিয়া হোৱাৰ কুফল আৰু ইয়াৰ আইনী পৰিণাম সম্পৰ্কে জনোৱা হয়। আমি ছোৱালীগৰাকীৰ ভাষ্যও ৰেকৰ্ড কৰিছো। অভিভাৱকে তাইৰ বিয়াৰ সিদ্ধান্ত পৰিত্যাগ কৰা আৰু বিয়াৰ আইনী বয়স নোহোৱা পৰ্য্যন্ত তাইক বিয়া নিদিয়ে বুলি আমাক জনাইছে।’

বিষয়াগৰাকীয়ে জনোৱা মতে আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়ালৰ লোকে ত্ৰিপুৰাৰ এজন যুৱকৰ সৈতে নৱম শ্ৰেণীত পঢ়ি থকা ছোৱালীগৰাকীক বিয়া দিব খুজিছিল।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি জিলা শিশু বিকাশ আৰু কল্যাণ, ৱান স্তপ চে’ন্তাৰ আৰু চাইল্ড লাইনৰ সৈতে দেওবাৰে ছোৱালীগৰাকীৰ ঘৰলৈ গৈছিল জিলা আইনী সাহাৰ্য্য কোষৰ বিষয়াজন।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd