• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেতন বঞ্চিত শিক্ষকৰ আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান আহোম জাতীয় গণমঞ্চৰ; চাকৰি নিয়মীয়াকৰণৰ দাবী

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , July 23, 2018 10:28 pm

1 min read

বেতন বঞ্চিত শিক্ষকৰ আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান আহোম জাতীয় গণমঞ্চৰ; চাকৰি নিয়মীয়াকৰণৰ দাবী
104
VIEWS
Share on FacebookShare on Twitter

২০ বছৰতকৈও অধিক কাল মানৱসম্পদ গঢ়া কাৰ্যত নিয়োজিত হৈ থকাৰ পাছতো প্ৰাপ্য বেতনৰ পৰা বঞ্চিত শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী শিক্ষকে শেহতীয়াকৈ গ্ৰহণ কৰা সমূহীয়া আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে আহোম জাতীয় গণমঞ্চ অসমৰ শিৱসাগৰ জিলা সমিতিয়ে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলকেশ গগৈয়ে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে বেতন বঞ্চিত শিক্ষক সকলৰ আত্মজাহৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনায়।

আনহাতে বিগত ছবছৰতকৈও অধিক কাল প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰি ৰখা এইসকল শিক্ষকক চৰকাৰে বৰ্খাস্ত কৰিবলৈ লোৱা কাৰ্য্যক সংগঠনটোৱে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰক বিবৃতিৰ জৰিয়তে দাবী জনায়‌।

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনপ্ৰতিনিধি সকলে বেতন বঞ্চিত শিক্ষক সকলৰ আন্দোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা মৌন ভূমিকাৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে শিক্ষক সকলে গ্ৰহণ কৰা উক্ত চূড়ান্ত সিদ্ধান্তৰ ফলত যদি এগৰাকী শিক্ষকৰো কিবা হানি-বিঘিনি হয় তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰেই দায়ী হ’ব।

লগতে আহোম জাতীয় গণ মঞ্চ, অসমে সোণোৱাল চৰকাৰক শিৱসাগৰ জিলাৰ এই ১৫৩০ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনায় আৰু অন্যাথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd