DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 18, 2018 5:07 pm
Bokakhat teachers protest
190
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰাথমিক শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীৰ আধাৰত আজি ৰাজ্যৰ আন আন ঠাইৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষক সকলে পাঠদানৰ পৰা বিৰত থাকি বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী শিক্ষকসকলে কাৰ্যালয়টোৰ সমূহ কৰ্মচাৰীক বাহিৰলৈ উলিয়াই কাৰ্যালয়ৰ প্ৰবেশ দ্বাৰত তলা লগাই দিয়ে আৰু প্ৰৱেশ দ্বাৰতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

এই প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই কয় যে যোৱা ৫ জুন তাৰিখে অসমৰ বিত্ত মন্ত্রীয়ে সংবাদমেল যোগে ৰাজহুৱা কৰা আসোঁৱাহ সমিতিৰ প্রতিবেদনে অসমৰ প্ৰাথমিক শিক্ষক সকলক প্রাপ্য গ্রেড পে’ৰ পৰা বঞ্চিত কৰাৰ উপৰিও শিক্ষকসকলৰ মাজত বৈষম্যৰহে সৃষ্টি কৰিছে।

তেওঁ জনোৱা মতে প্ৰাথমিক শিক্ষকসকলৰ ৯ দফীয়া দাবীৰ সমৰ্থনত আজি সমগ্ৰ অসমৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই লানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই ঘন্টাজোৰা প্ৰতিবাদী সভাৰ শেষত বোকাখাতৰ মহকুমাৰ সহকাৰী আয়ুক্তৰ উপস্থিতিত কাৰ্যালয়টোত লগোৱা তলা খুলি দিয়া হয়।

প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ মৰ্যদা দি নিধাৰিত গ্রে পে আদায় দিয়া। স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্রেড পে’ সপ্তম দৰমহা আয়ােগ মতে আদায় দিয়া। প্রাথমিক শিক্ষকৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰা। টাইম স্কেল পদোন্নতিয়ে দিয়া গ্রেড পেৰ মান্যতা আদায় কৰা। জিলা ভিত্তিক টাইমস্কেল পদোন্নতিৰ সুবিধা লাভৰ সুযােগ দিয়া। ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি বিনাস্বৰ্তে নিয়মীয়া কৰা।  ২০১৬ চনৰ ২ জানুৱাৰিৰ পৰা সংশােধিত দৰমহা বিধি কাৰ্যকৰী কৰা। ২০১৭ চনৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত নােহােৱাৰ কাৰণ সমূহৰ তদন্ত আৰু ছাত্ৰ-ছাত্ৰীক মূল্যায়ন আৰু অভ্যাসন বহী প্রতি বিষয়ত কমেও দুখনকৈ যোগান দিবৰ বাবে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে বুলি জীৱন চন্দ্ৰ বৰাই উল্লেখ কৰে।

 

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd