DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ একালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী, সমাজকৰ্মী দশৰথ কৰ্মকাৰৰ দেহাৱসান

উত্তম শইকীয়া by উত্তম শইকীয়া
May 19, 2018 4:05 pm
বোকাখাতৰ একালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী, সমাজকৰ্মী দশৰথ কৰ্মকাৰৰ দেহাৱসান
95
VIEWS
Share on FacebookShare on Twitter

একালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী তথা সমাজকৰ্মী বোকাখাত গড়মূৰ গাঁৱৰ বাসিন্দা দশৰথ কৰ্মকাৰৰ ৯১ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত ১৯ মে’ৰ পুৱা নিজা বাসগৃহত মৃত্যু হয়৷

১৯২৩ চনত বোকাখাত চাহ বাগিচাত জন্ম গ্ৰহণ কৰা দশৰথ কৰ্মকাৰে গড়মূৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল৷ সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা কৰ্মকাৰ পাছলৈ এজন সুদক্ষ ফুটবল খেলুৱৈ হিচাপে পৰিচিত হৈ পৰিছিল৷ বোকাখাত চাহ বাগিচাৰ ফুটবল দলৰ দক্ষ অধিনায়ক আছিল কৰ্মকাৰ।

বোকাখাত চাহ বাগিচাত কৰ্মৰত থকা অৱস্থাত কৰ্মকাৰে বহু বছৰ ধৰি বাগিচা সংঘৰ সম্পাদক আৰু সভাপতিৰ দ্বায়িত্বও বহন কৰিছিল৷ ঝুমুৰ শিল্পী হিচাপেও তেওঁ সুপৰিচিত আছিল৷ তেওঁ ঝুমুৰ গীতে বহুতকে আকৰ্ষিত কৰিছিল৷

ইয়াৰ উপৰিও কংগ্ৰেছ কৰ্মী হিচাপে বাগিচা অঞ্চলত কৰ্মকাৰে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা তেওঁ গড়মূৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল৷

গড়মূৰ শিৱ মন্দিৰ, গড়মূৰ যুৱক সংঘ, বাগিচা সংঘ আদি বিভিন্ন অনুষ্ঠান গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৰ্মকাৰে অসম চাহ মজদুৰ সংঘ, বোকাখাত শাখাৰ উপ-সভাপতি হিচাপেও কাৰ্যনিবাহ কৰিছিল৷

পুৱা মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তেওঁৰ বাসগৃহ লোকে লোকাৰণ্য হৈ পৰে৷ তেওঁ মৃতদেহত বিভিন্ন ব্যক্তিৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত বোকাখাতৰ লগতে গড়মূৰ অঞ্চলত শোকৰ ছাঁ পৰিছে৷

মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ, চাৰিগৰাকী কন্যাৰ লগতে বহু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে৷

Recent News

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd