DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ পৰঙনীয়া গাঁৱত কাজিৰঙাৰ গঁড়; ৯ টা দিন চৰ-চাপৰি পৰিভ্ৰমী উভতিল কাজিৰঙালৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 4, 2018 6:13 pm
Rhino
118
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উত্তৰ আৰু উত্তৰ পূব দিশৰ ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰলৈ গঁড় ওলায় যোৱাটো গঁড়ৰ এক স্বভাৱজাত আচৰণ ৷ বিভিন্ন কাৰণত এই চাপৰিবোৰলৈ কাজিৰঙাৰ পৰা গঁড় ওলাই গৈ যেন সিহঁতৰ উপৰি পুৰুষৰহে সন্ধান কৰে।

চলিত বৰ্ষত কাজিৰঙাৰ পৰা অহা ১১ টা এনে গঁড়ে বিভিন্ন সময়ত এই চাপৰিবোৰত বিচৰণ কৰি পুনৰ কাজিৰঙালৈ উভতি গৈছে।

একেদৰে যোৱা ২৬ মে’ত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা ওলায় যোৱা এটা গঁড়ে সমীপৰ উপাই নোপাৱা চাপৰি, গাভৰু চাপৰি, ভক্তে আদি চাপৰি বিচৰণ কৰি আজি নিচেই পুৱাতে বোকাখাতৰ কুৰুৱাবাহীৰ অঞ্চলৰ পৰঙনীয়া গাঁৱত উপস্থিত হয়।

পুৱাই গঁড়টো দেখা পায় পৰঙনীয়া গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা লাগে। অৱশ্যে পিছত স্থানীয় লোকে গোলাঘাট বন সংমণ্ডলৰ নুমলীগড় খণ্ড বন কাৰ্যালয় আৰু বোকাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ উপস্থিতিত বন কৰ্মীয়ে গুলী ফুটাই কাজিৰঙালৈ পুনৰ গঁড়টোক ওভতায় পথাবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে ২৬ মে’তে উলাই অহা এই গঁড়টোৰ নিৰাপত্তা প্ৰদান কৰাৰ উপৰিও ইয়াক ওভতাই পথাবৰ বাবে বনকৰ্মীয়ে অহৰহ চেষ্টা চলায় আছিল। গঁড়টোক খেদিবৰ বাবে ভক্তে নামৰ চপৰিলৈ অগৰাতলি ৰেঞ্জৰ পৰা সম্ৰাট নামৰ হাতীটোকো প্ৰেৰণ কৰা হৈছিল ৷

অৱশেষত কাজিৰঙাৰ পৰা উলায় অহা এই গড়ঁটোৱে আজি ৯ দিনৰ পিছত পুনৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চললৈ উভটি যায় ৷

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd