DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ বংকোৱালত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 21, 2018 3:14 pm
IMG-20180721-WA0040
130
VIEWS
Share on FacebookShare on Twitter

অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু বোকাখাত মহকুমাৰ বংকোৱালৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ যৌথ উদ্যোগত ২০ জুলাইৰ পৰা বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয় পাঁচ দিনীয়া কাৰ্যসূচীৰে এক গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰৰ শুভাৰণি হয় ৷

বান অধ্যুষিত বংকোৱাল এলেকাৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে ইতিবাচক সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত এই ৫ দিনীয়া প্ৰকৃতি শিবিৰত বন আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে ৷ লগতে পৰিৱেশ শিক্ষাৰ বিভিন্ন খেল ধেমালীও কৰা হয় ৷

২০ জুনৰ পুৱা আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মহুৰামুখ মহিলা সমিতিৰ সভানেত্ৰী ক্ষীৰেশ্বৰী বৰাই আনুষ্ঠানিকভাৱে এই শিবিৰ উদ্বোধন কৰে ৷ আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইনে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বংকোৱালৰ গাওঁবুঢ়া অজিত দাৱ,  আৰণ্যকৰ নীৰেন সিং, ইভান লইং,  বাবুকান্ত লইং আৰু বংকোৱাল পাৰিপাৰ্শ্বিক উন্নয়নৰ সভাপতি প্ৰশান্ত মৰাং উপস্থিত থাকে ৷

শিবিৰৰ প্ৰথম দুটা দিনত ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু প্ৰকল্প বিষয়া আৰিফ হুছেইনে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আইন, পাৰিপাৰ্শ্বৰ ধেমালীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বন্যপ্ৰাণীৰ ওপৰত বিষদ বিৱৰণ দাঙি ধৰে ৷

বংকোৱালত প্ৰথমবাৰৰ বাবে আয়োজিত পাঁচদিনীয়া এই প্ৰকৃতি শিবিৰত বংকোৱাল অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৫৯ জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ ২৬ জুলাইত সামৰণী পৰিব লগা এই শিবিৰত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব ৷

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd