• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ লখৌজানত আৰক্ষী বিষয়া আক্ৰমণ কৰি জেলত সোমাল আলিপুৰ দুৱাৰৰ নিচাসক্ত যুৱক

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , June 15, 2018 8:58 pm

1 min read

Bokakhat
153
VIEWS
Share on FacebookShare on Twitter

নিচাসক্ত যুৱকৰ প্ৰহাৰত বোকাখাতত আহত হ’ব লগা হৈছে দুজন আৰক্ষী বিষয়াসহ দুজন আৰক্ষী কনিষ্টবল। বৃহস্পতি বাৰৰ বিয়লি বোকাখাতৰ লক্ষৌজানত পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ ৰঞ্জিত বৰ্মন নামৰ এজন যুৱকে আকস্মিক ভাৱে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে তাণ্ডৱ আৰম্ভ কৰে ৷

পথাচাৰীলৈ চোঁচা লৈ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই দেৰগাঁৱৰ আৰক্ষী চক্ৰ পৰিদৰ্শক মানিক গোস্বামী, খুমটাইৰ আৰক্ষী থানাৰ বিষয়া মিলন খাটনিয়াৰ, দেৰগাওঁ আৰক্ষী থানাৰ ট্ৰেফিক কনিষ্টবল মহেশ ৰায় আৰু হাবিলদাৰ ৰুবুল দত্ত ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জিত বৰ্মনক কৰায়ত্ব কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ দলটোক নিচাসক্ত ৰঞ্জিত বৰ্মন নামৰ যুৱকজনে প্ৰহাৰ কৰি আহত কৰে।

যাৰ ফলত কেউজন আৰক্ষীয়েই কম-বেছি পৰিমানে আহত হয়। অৱশেষত আৰক্ষীয়ে ৰিভলভাৰ দেখুৱাইহে নিচাসক্ত যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বোকাখাত আৰক্ষী থানাত যুৱকজনক হাজিৰ কৰাৰ পিছত বোকাখাত আৰক্ষীয়ে নিজাকৈ ২৬৮/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৩৩ ধাৰাত এটা গোচৰ ৰুজু কৰি যুৱক জনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে আটক কৰা যুৱকজন অতিপাত নিচাসক্ত হৈ থকা বুলি আৰক্ষী জনায় ৷ যুৱকজন পশ্চিমবঙ্গৰ আলিপুৰ দুৱাৰৰ সুুভাষ বৰ্মনৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷

বৰ্তমান গোলাঘাট কাৰাগাৰত থকা ৰঞ্জিত বৰ্মনৰ পৰিয়ালৰ লগত আৰক্ষীয়ে যোগাযোগ কৰিছে ৷ যুৱকজনে অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰিয়েই এই দুস্কাৰ্য সংঘটিত কৰিছিল।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd