DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ লখৌজান চাহ বাগিছাত চোৰাংকাঠ সহ মেজিক গাড়ী জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 22, 2018 11:47 am
চোৰাং কাঠ জব্দ
98
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত যোৱা নিশা স্থানীয় লোকে চোৰাং কাঠৰ সৈতে এখন মেজিক গাড়ী জব্দ কৰে ৷ লখৌজান চাহ বাগিচাৰ গাতে লাগি থকা লখৌজান কোৱাৰিৰ পৰা লক্ষ্মীজুৰি গাওঁ লৈ  এ এছ ০৯ চি – ৮৬০৫ নম্বৰৰ মেজিক গাড়ী এখনত চোৰাং কাঠ নি থকা অৱস্থাত লখৌজান চাহ বাগিচাৰ চাহ মজদুৰ সংঘ, গাওঁ ৰক্ষী বাহিনী আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ লখৌজান চাহ বাগিছাৰ সদস্যসকলে গাড়ীখন কাঠেৰে সৈতে জব্দ কৰে৷

ইপিনে, কাঠ আৰু গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাড়ী আৰু কাঠখিনি নিশাই বন বিভাগৰ পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত কাৰ্যালয়ক চমজাই দিয়ে।

উল্লেখ্য যে লখৌজান চাহ বাগিছাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা নিয়মিতভাৱে গছ কাটি একাংশ চোৰাং ব্যৱসায়ীয়ে গোপনে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে ৷

চোৰাং ব্যৱসায়ীসকলে প্ৰতি নিশা লখৌজান চাহ বাগিছাৰ মাজেদিয়ে চোৰাং কাঠৰ সৰবৰাহ কৰি আহিছিল আৰু বাগিছা কৰ্তৃপক্ষই এনে কাম নকৰিবৰ বাবে ব্যৱসায়ীসকলক সকীয়াই দিছিল যদিও ইয়াৰ পাচতো ব্যৱসায়ী গোটটোৱে এই চোৰাং ব্যৱসায় চলাই থকাৰ বাবেই যোৱা নিশা স্থানীয় লোকে এই চোৰাং কাঠখিনি  জব্দ কৰে ৷

কালি নিশাৰ ঘটনাৰ পাচত লখৌজান চাহ বাগিছাৰ মাজেদি হৈ থকা চোৰাং কাঠৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে বন বিভাগক স্থানীয় লোকে দাবী জনাইছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd