DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ শিলজুৰিত ফৰ্ড গাড়ীৰ খুন্দাত নিহত গৰ্ভাৱতী মহিলা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 20, 2018 4:22 pm
Image_1529480999222
79
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ শিলজুৰিৰ আজি দুপৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়৷ বোকাখাতৰ পৰা গুৱাহাটীৰ দিশত  তীব্ৰ বেগত গৈ থকা থকা ডাব্লিউ বি ০৬ এ – ০৭০৬  নম্বৰৰ ফৰ্ড ফিউজন গাড়ীখনে  পথেদি গৈ থকা এগৰাকী মহিলাক   মহতিয়াই নি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে৷

গাড়ীখনৰ খুন্দাত তাঞ্জিনা বেগম নামৰ মহিলা গৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ লগতে বিধস্ত হয় ফৰ্ড গাড়ীখনো৷

জানিব পৰা মতে নিহত তাঞ্জিনা বেগম গৰ্ভাৱতী আছিল আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাকেন্দ্ৰলৈ বুলি আহি আছিল৷  দুৰ্ঘটনাটোত ফৰ্ড গাড়ীৰ চালকজনো আহত হয়৷ নিহত তাঞ্জিনা বেগমৰ ঘৰ শিলজুৰিৰ বিলপাৰত বুলি জানিব পৰা গৈছে ৷

অসমৰ বাট-ঘাটত তীব্ৰবেগী  বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত কৰাৰ মাত্ৰা শেহতীয়াভাৱে বৃদ্ধি পাই আহিছে।

অসম চৰকাৰৰ পৰিবহন বিভাগ, জিলা পৰিবহণ কাৰ্যালয় তথা যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষী বিভাগৰ দ্বাৰা সময়ে সময়ে যান-বাহন নিৰাপত্তা সম্পৰ্কীয় বিজ্ঞাপন প্ৰচাৰ কৰা, পথ নিৰাপত্তা সপ্তাহ উদ্‌যাপন কৰি অহা সত্তেও ৰাজ্যখনত যান-বাহনৰ দুৰ্ঘটনাৰ মাত্ৰা কমক চাৰি শংকাজনকভাৱে বৃদ্ধি হৈ হে আহিছে। ঘাইকৈ তীব্ৰ বেগত গাড়ী চলোৱা আৰু যান-বাহনৰ নিয়ম নমনা বা নজনাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়। এই ক্ষেত্ৰত অসম আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখা, জিলা পৰিবহণ কৰ্যালয় আদিৰ যথেষ্ট কৰণীয় আছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd