• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত নগৰত নাহৰফুটুকী বাঘ : চেতনানাশক দ্ৰব্য প্ৰয়োগেৰে কৰায়ত্ব  

উত্তম শইকীয়া by উত্তম শইকীয়া
March 14, 2018 12:39 pm
leopard
276
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা গোলাঘাট জিলাৰ বোকাখাত নগৰত এটা নাহৰফুটুকী বাঘৰ আবিৰ্ভাৱ হয়৷ বোকাখাত দৈনিক বজাৰৰ সন্মুখৰ নাট্যমন্দিৰ প্ৰাঙ্গনত স্থানীয় লোকে নিচেই পুৱাতে বাঘটো দেখা পায়। লগে লগে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বনবিভাগ আৰু আৰক্ষীৰ লোক। প্ৰথমে উদ্ধাৰকাৰী দলটোৱে নাহৰফুটুকী বাঘটোক চাবলৈ অহা মানুহৰ সমাগম  নিয়ন্ত্ৰন কৰে ৷

কাজিৰঙাৰ বনকৰ্মী লগতে ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দল আৰু কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পশু চিকিৎসক ডাঃ চামচুল আলি,  ডাঃ পানজিত বসুমতাৰী আৰু বন বিভাগৰ পশু চিকিৎসক ডাঃ দেবব্ৰত ফুকনে কুকুৰাৰ গড়ালত আশ্ৰয় লৈ থকা বাঘটোৰ শৰীৰত চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি অতি নিপুনতাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

বন বিভাগৰ তৎৰপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাহৰফুটুকী বাঘটো পাছত বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷

কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়া আৰু মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ নেতৃত্বত চলা উদ্ধাৰ অভিযানৰ অন্ত পৰে প্ৰায় দুঘণ্টা প্ৰচেষ্টাৰ অন্তত৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত সমীপৰ চাহ বাগিছাৰ পৰা নাহৰফুটুকী বাঘটো ওলায় অহা বুলি স্থানীয়লোকে মত প্ৰকাশ কৰে। বাঘটোৱে নাট্যমন্দিৰৰ পৰা বোকাখাত অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীৰ চৰকাৰী বাসগৃহৰ লগতে থকা এটা কুকুৰাৰ গড়ালত আশ্ৰয় লৈ আছিল৷

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd