• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে কাগজ কলৰ কৰ্মচাৰীৰ ৩ মাহৰ দৰমহা মুকলি কৰি দিয়া হ’ব : ৰাজেন গোহাঁই

NE NOW NEWS ৰাজীৱ ৰয়
নতুন দিল্লী , February 21, 2018 6:26 pm

2 min read

hindustan-paper-corporation
136
VIEWS
Share on FacebookShare on Twitter

নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ বাবে গঠিত উপ-কমিটীয়ে কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে কৰ্মচাৰীসকলৰ ৩ মাহৰ দৰমহা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা জানিবলৈ দি ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে মঙলবাৰে উপ-কমিটীখনৰ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তেওঁ কয়, ‘কগজ কল দুটাৰ পৰিচালনা আৰু ব্যৱস্থাপনা বিভাগক এনে ঔদ্যোগীক প্ৰতিষ্ঠানৰ হাতত গতাই দিয়া হ’ব যি কৰ্মচাৰীসকলৰ দৰমহাৰ বাবদ প্ৰত্যেক মাহে অন্তত ৯ কোটি টকাৰ ব্যৱস্থা কৰিব পাৰে।’

আনহাতে ব্যক্তিগত খণ্ডক গতালে কৰ্মচাৰীসকলৰ স্বাৰ্থ উপেক্ষিত হোৱাৰ সম্ভাৱনাক নাকচ কৰি গোহাঁইয়ে কয়, ‘কাগজ কলৰ কৰ্মচাৰীসকলৰ স্বাৰ্থৰ ক্ষেত্ৰত যাতে আপোচ কৰা নহয় সেয়া নিশ্চিত কৰা হ’ব।’

গোহাঁইয়ে আজি গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ মন্ত্ৰী অনঁত জি গীতেৰ লগত বিষয়টো আলোচনা কৰে। ইয়াৰ উপৰি তেওঁ মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ লগতো বিষয়টোক লৈ আলোচনাত বহিছিল।

অহা মে’ৰ পৰা জুনৰ ভিতৰত কাগজ কল দুটাৰ পৰিচালনা আৰু ব্যৱস্থাপনা বিভাগক ব্যক্তিগত খণ্ডক গতোৱা হ’ব বুলি জানিবলৈ দি তেওঁ কয়, ‘কাগজ কল দুটাৰ পুনৰ্জীৱনৰ সমগ্ৰ পক্ৰিয়া মে’-জুনৰ ভিতৰত সম্পুৰ্ণ হৈ উঠিব।’

উল্লেখ যে, মঙলবাৰে, গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ মন্ত্ৰী অনঁত জি গীতেই হিন্দুষ্টান পেপাৰ ক’ৰপৰেচনৰ অধিনস্থ নগাওঁ আৰু কাচাৰ কাগজ কল দুটাক ব্যক্তিগত খণ্ডক গতোৱা হ’ব বুলি সদৰী কৰিছিল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd