• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

ব্যাপক উচাহ-উদ্দীপনাৰ মাজেৰে পৰিসমাপ্তি ঘটিল সদৌ ছিকিম খ্ৰীষ্টান সন্মিলনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 1:04 pm
Sikim chief minister Pawan Chamling
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যাপক উচাহ-উদ্দীপনাৰ মাজেৰে ৰাজ্যখনৰ সকলো প্ৰান্তৰ পৰা অহা খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে উদযাপন কৰে ৭ ফেব্ৰুৱাৰিত আয়োজিত সদৌ ছিকিম খ্ৰীষ্টান সন্মিলনৰ । দক্ষিণ ছিকিমৰ জোৰেথাং খেলপথাৰত এই সন্মিলনখন আয়োজন কৰা হৈছিল। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন ছামলিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সন্মিলনখন।

মুখ্য মন্ত্ৰীজনে নিজৰ ভাষণৰ জৰিয়তে সন্মিলনখনত খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে কৰা সকলো দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। ৰাজ্যখনত সকলো লোকে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কোনো শংকা নোহোৱাকৈ যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে বুলিও মন্তব্য কৰে। আমাৰ চৰকাৰখনে ৰাজ্যখনত গণতান্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ পৰিৱেশ গঢ়ি তুলিছে।

Apply Now

ইয়াৰ উপৰি তেওঁ ৰাজ্যখনৰ সকলো লোককে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধ ৰক্ষা কৰি চলিবলৈও আহ্বান জনায়।

আনহাতে উক্ত সন্মিলনতে মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰায়। লগতে চৰকাৰে লোৱা আঁচনি সমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মক উৎসাহিত কৰাও পৰিলক্ষিত হয়।

ছিকিমৰ উন্নয়নৰ লগতে ৰাজ্যখনৰ লোক সকলৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ তথা এজন দক্ষ নেতাৰ পৰিচয় দাঙি ধৰা বাবে মুখ্য মন্ত্ৰীজনক সদৌ মণিপুৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ হৈ সন্মিলনখনৰ আয়োজক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি উক্ত সন্মিলনখনতে ছিকিমৰ বিভিন্ন গীৰ্জাসমূহৰ ধৰ্মযাজক সকলকো সম্বৰ্ধনা জনায়।

ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আয়োজিত বৃহৎ সন্মিলনত ছিকিমৰ সকলো খ্ৰীষ্টান লোকসকলে সহায় সহযোগিতা আগবঢ়াই বুলি আয়োজকে জানিবলৈ দিয়ে।

সন্মিলনখনত ৪০০গৰাকী সংগীত শিল্পীয়ে একেলগে গীত পৰিৱেশন কৰে। আনহাতে সমৰ্পন নামৰ এখন অডিঅ’ চিডিয়ো উক্ত অনুষ্ঠানতে মুকলি কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd