• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোৰেথাং মাঘে মেলাই ছিকিমৰ পৰিচয়, ইতিহাস প্ৰতিফলিত কৰে: মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 2:26 pm
২০১৮ ৰ ছিকিমৰ জোৰেথাং মেলা শুভাৰম্ভ অনুষ্ঠানৰ এটি মুহূৰ্ত

২০১৮ ৰ ছিকিমৰ জোৰেথাং মেলা শুভাৰম্ভ অনুষ্ঠানৰ এটি মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে দেওবাৰে জোৰেথাং খেলপথাৰত অনুষ্ঠিত বাৰ্ষিক জোৰেথাং মাঘে মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জোৰেথাং মেলাৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘স্মৃতি সজীৱ কৰি তোলক’।

জোৰেথাং মেলা বছৰি মকৰ সংক্ৰান্তিত আৰম্ভ হয় আৰু এই মেলাত এইবাৰ ছিকিমৰ জৈৱিক কৃষিৰ সম্ভাৱনাৰ লগতে ৰাজ্যখনৰ পৰম্পৰা আৰু সংস্কৃতিৰ এক প্ৰদৰ্শন দাঙি ধৰা হৈছে।

Apply Now

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নী তিকা মায়া চামলিং, মন্ত্ৰী এ কে ঘাটানি, কেবিনেট মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জোৰেথাং মেলা আৰম্ভণিৰ পৰা বিকশিত হৈ আহি আজি এক উৎসৱত পৰিণত হৈছে যিয়ে ছিকিমৰ ইতিহাস আৰু পৰিচয়ৰ বৈশিষ্ট্য দাঙি ধৰে। তেওঁ কয় যে এই মেলাই এতিয়া ছিকিমৰ সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস আৰু জনগোষ্ঠীয় পৰম্পৰা প্ৰদৰ্শনৰ এখন মঞ্চ হৈ উঠিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছিকিমৰ সকলো সম্প্ৰদায়ৰে তেওঁলোকৰ সংস্কৃতি তথা পৰম্পৰা অনুসৰণ কৰাৰ অধিকাৰ আৰু স্বাধীনতা আছে। বৰ্তমানৰ তেওঁৰ চৰকাৰখনে ছিকিমক উন্নয়নৰ মুলসুঁতিলৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে আৰু লগতে ছিকিমৰ জনসাধাৰণৰ মাজত শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ প্ৰয়াস কৰি আহিছে।

স্বাস্থ্যখণ্ডৰ লগত জড়িত এলানি আঁচনিৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত ঘোষণা কৰে। তেওঁ লগতে দ্বিতীয়টো নৱজাতক সন্তানৰ বাবে মাহিলি ৩০০ টকাকৈ ছবছৰৰ বাবে বৃত্তি আগবঢ়াব। ছিকিমৰ জৈৱিক অভিযানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জৈৱিক কৃষিয়ে ছিকিমৰ যুৱসকলৰ বাবে ভৱিষ্যতে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী এ কে ঘাটানিয়ে জোৰেথাং মেলাৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে। এই মেলা ৰাজ্যখনত বছৰি ব্যাপক অনুৰাগীৰ উপস্থিতিত উদযাপিত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd