• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়োলেণ্ড দাবী : ‘ই আন্দোলন’ আৰম্ভ এবছুকে ধৰি তিনি বড়ো সংগঠনৰ

NE NOW NEWS ৰিনয় বসুমতাৰী, তেজেশ ত্ৰিপাথী
কোকৰাঝাৰ/ বঙাইগাওঁ , June 5, 2018 11:27 pm

1 min read

bodo
192
VIEWS
Share on FacebookShare on Twitter

বডোলেণ্ডকে ধৰি বড়োসকলৰ বিভিন্ন দাবীক লৈ এবছু, পি জে এ চি বি এম (People’s Joint Action Committee for Bodoland Movement) আৰু এন ডি এফ বি প্ৰগতিশীল (National Democratic Front of Bodoland-Progressive)এ আজি ৫ জুনৰ পৰা আৰম্ভ কৰিছে ‘ই আন্দোলন’ (e-movement)।

বড়োলেণ্ডৰ মুখ্য দাবীৰ লগতে বড়োসকলৰ বিভিন্ন ৰাজনৈতিক অধিকাৰৰ দাবীত সংগঠনকেইটাৰ সমৰ্থকসকলে আজি প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, বিৰোধী দলপতি গুলাম নবি আজাদ আৰু বিজেপি সভাপতি অমিত শ্বাহলৈ ব্যক্তিগতভাৱে প্ৰায় ৮শ ই মে’ইল প্ৰেৰণ কৰে।

‘বিটিএ’দিৰ আটাইকেইখন জিলাকে সামৰা এই ই আন্দোলন জুন মাহৰ শেষলৈকে চলোৱা হ’ব’ চিৰাং জিলাৰ কাজলগাঁৱত ই আন্দোলন সন্দৰ্ভত আয়োজিত এক সভাত নৰ্থ ইষ্ট নাওক জনাই এবছুৰ সভাপতি প্ৰমোদ বড়োৱে।

বড়োৱে লগতে কয় ‘স্বাধীনতাৰ পিছতো বড়োসকলৰ অৱস্থা একে আছে। আমাৰ প্ৰত্যেকটো সাংবিধানিক অধিকাৰৰ বাবে আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিব লগা হৈছে। সেয়েহে সুকীয়া বদোলেণ্ড দাবীৰ বাহিৰে আমাৰ আন বিকল্প নাই।’

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd