• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১৮তম বিশ্ববিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 27, 2018 4:45 pm

1 min read

Bodoland university Cultural Rally
100
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তি দেৱৰগাওঁত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১৮ তম বিশ্ববিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন।

বিশ্ববিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ছদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে আয়োজন কৰা ‘থুলুংগা উৎসৱ’ৰো অন্ত পৰে।

আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয় চৌহদত বিশ্ববিদ্যালয়খনৰ  বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই পতাকা জোকাৰি উক্ত সাংস্কৃতিক শোভাযাত্ৰাটো উদ্ধোধন কৰে।

‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ বাণীৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰা বাৰেৰহণিয়া শোভাযাত্ৰাটো জোহোলাও দৈমালু পথেৰে শ্যেন্ট আন্ট মহাবিদ্যালয় হৈ আৰম্ভণি স্থানত অন্ত পৰে।

বি টি চিত বসবাস কৰা বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকৰ মাজত শান্তি, সমপ্ৰিতি আৰু একতাৰ বাৰ্তা বিলোৱাৰ প্ৰয়াসেৰে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সজাগতামূলক অনুষ্ঠান পৰিবেশন কৰে।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd